August 7, 2024 কাজিৰঙাত বন বিভাগৰ অভিযানত চোৰাং কাঠসহ বলেৰ’ ভান জব্দ… Share FacebookTwitterWhatsAppTelegramKooEmail কাজিৰঙাত বন বিভাগৰ অভিযানত চোৰাং কাঠসহ বলেৰ’ ভান জব্দ। কাজিৰঙাৰ গেলেকীৰ পৰা যোৰহাট অভিমুখী আছিল বাহনখন। বনকৰ্মীয়ে তত্পৰতাৰে জব্দ কৰে চোৰাং কাঠসহ বলেৰ’ ভানখন। বাহনখনৰ চালকক গ্ৰেপ্তাৰ কৰে বনকৰ্মীয়ে। Author: দৈনন্দিন বাৰ্তা Related Articles গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026 উজনি অসমত এইবাৰ ৰাজ-মিস্ত্ৰীৰ ৰূপত মিঞা চোৰ দৈনন্দিন বাৰ্তা - February 25, 2026 গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী দৈনন্দিন বাৰ্তা - February 24, 2026