Breaking

অসুস্থ বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী…

0 40

হঠাৎ অসুস্থ বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী।


GMCHত চিকিৎসাধীন বিধায়ক ফণীভূষণ চৌধুৰী।

জ্বৰত আক্ৰান্ত হৈ ICUত চিকিৎসাধীন বিধায়গৰাকী।


কলাক্ষেত্ৰত অনুষ্ঠিত কাৰ্যনিৰ্বাহক বৈঠকৰ মাজতে অসুস্থ হৈ পৰিছিল বিধায়কগৰাকী।

বৰ্তমান স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ।

Leave A Reply