বক্সাৰ শিৱ থাপাই সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ শিৱ থাপাই সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক।এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰাৰ বাবে শিৱ থাপাক অভিনন্দন মুখ্যমন্ত্ৰীৰ। ৰাজ্যিক ক্ৰীড়া নীতি অনুসৰি শিৱ থাপাক ৩ লাখ টকাৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ।সাক্ষাতৰ সময়ত ক্ৰীড়া মন্ত্ৰী বিমল বৰাও উপস্থিত।

Related Articles