BrahMos Missile: আজি দেশত মুকলি হ’ল ব্রাহ্মোছ নির্মাণ প্রকল্প

আজি দেশত মুকলি হ’ল ব্রাহ্মোছ নির্মাণ প্রকল্প।(BrahMos Missile)

প্রকল্পটোত নিৰ্মাণ কৰা হ’ব ‘ব্রাহ্মোছ ছুপাৰছনিক ক্ৰুইজ মিছাইল’।

উত্তৰ প্ৰদেশৰ ঔদ্যোগিক কৰিডৰত হ’ব এই প্রকল্প।

বিশ্বৰ ভিতৰতে দ্রুত গতিৰ মিছাইল ব্রাহ্মোছ।

ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগত নির্মাণ হ’ব এই প্রকল্প।

পৃথিৱীৰ অন্যতম শক্তিশালী ব্ৰাহ্মোছ মিছাইল।

ব্রাহ্মোছ নির্মাণ প্রকল্প উদ্বোধন কৰিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

Related Articles