Breaking

মহাৰাষ্ট্ৰত উজ্জ্বলিল অসমীয়া সংস্কৃতি

0 121

মহাৰাষ্ট্ৰত উজ্জ্বলিল অসমীয়া সংস্কৃতি । ৰাষ্ট্ৰীয় পৰ্যায়ত সংস্কৃতি বঁটা পালে দুই অসমীয়াই ।

বিহালীৰ সন্তান জোন দাস আৰু নেহা বৰাই মহাৰাষ্ট্ৰ সমতা সাহিত্য একাডেমিয়ে ৰাষ্ট্ৰীয় সাংস্কৃতিক বটাঁৰ বাবে বাচনি কৰা ৷ জোন আৰু নেহাই বহুদিনৰ পৰা কণকণ শিশুসকলক ঢোল আৰু বিহুৰ ওপৰত শিক্ষা দান কৰি সাংস্কৃতিক বিপ্লৱৰ সূচনা কৰিছিল তাৰ ফল স্বৰূপে আজি সুদুৰ মহাৰাষ্ট্ৰত এনে বটাঁ পাবলৈ সক্ষম হৈছে ৷

এই বটাঁ পোৱাত অকল বিহালীতে নহয় সমগ্ৰ অসমৰে এক গৌৰৱৰ বিষয় ৷ বিশ্বনাথ জিলাৰ বিহালী সাংবাদিক পলাশ প্ৰিয়মে এনে কাৰ্যত সন্তোষ প্ৰকাশ কৰে আৰু দুয়োকে অভিনন্দন জ্ঞাপন কৰা লগতে তেঁওলোকৰ উজ্জ্বল ভবিষ্যত কামনা কৰা পৰিলক্ষিত হয় ।

Leave A Reply