Breaking

কভিডত আপোনজনক হেৰুৱা সকলো পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিলে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাকে…

0 32

ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুানকে Covid-19 মহামাৰীত আপোনজনক হেৰুৱাই পেলোৱা পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিছে।

কোৰোনাৰ বাবে লাখ লাখ লোকে প্ৰাণ হেৰুৱাইছিল।

ব্ৰিটেইনত এতিয়ালৈকে ২.৪৮ কোটি লোক কৰ’নাত আক্ৰান্ত হৈছিল।

ইয়াৰে ২.৩২ লাখ লোকৰ মৃত্যু হৈছে।

Leave A Reply