Breaking

ৰাজ্যত পুনৰ ডাইনীৰ সন্দেহত মহিলাক নৃশংস হত্যা…

0 62
  • অন্ধবিশ্বাৰ পৰা মুক্ত হোৱা নাই অসমৰ সমাজ

  • ৰাজ্যত পুনৰ ডাইনী বুলি মহিলাক নৃশংস হত্যা

  • গোসাঁইগাঁৱৰ মোহনপুৰ গাঁৱত চাঞ্চল্যকৰ ঘটনা

  • নিহত মহিলাগৰাকী ৪৫ বছৰীয়া অঞ্জলী মুৰ্মু

  • হত্যাৰ অভিযোগত ৩জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

  • ধৃত সুনীল মাৰ্ডি, হোপনা হেমব্ৰম আৰু প্ৰবীনচন কিস্কু
Leave A Reply