August 6, 2024 ভাৰতৰ সীমান্তত BSFৰ হাই এলাৰ্ট জাৰি… Share FacebookTwitterWhatsAppTelegramKooEmail অশান্ত বাংলাদেশ! ভাৰতৰ সীমান্তত BSFৰ হাই এলাৰ্ট জাৰি। আজিৰে পৰা সীমান্তৰ জিৰ’ লাইন এলেকাত বন্ধ কৰা হৈছে খেতি-বাতি। পৰৱৰ্তী জাননী নিদিয়ালৈকে বন্ধ থাকিব খেতিপথাৰৰ কাম। এই কথা সদৰী কৰিছে BSFৰ শীৰ্ষ সূত্ৰই। Author: দৈনন্দিন বাৰ্তা Related Articles অশান্ত মধ্যপ্ৰাচ্যঃ চাৰি শতাধিক আন্তঃৰাষ্ট্ৰীয় বিমান বাতিলৰ সম্ভাৱনা ভাৰতৰ দৈনন্দিন বাৰ্তা - March 2, 2026 বিশ্বত তৃতীয় বিশ্বযুদ্ধৰ উক্মুকনি ! খেমেইনীক ইতিহাসৰ অন্যতম দুষ্ট লোক আখ্যা ট্ৰাম্পৰ দৈনন্দিন বাৰ্তা - March 2, 2026 ইজৰাইল-ইৰানৰ মহাযুদ্ধৰ মাজতে পাকিস্তান-আফগানিস্তানৰ যুদ্ধ দৈনন্দিন বাৰ্তা - March 2, 2026