ধুবুৰীৰ বংশীৰ চৰত বি এছ এফ ৰ অভিযান…

ধুবুৰীৰ বংশীৰ চৰত বি এছ এফ ৰ অভিযান।

অভিযানত জব্দ ২১ টা গৰু।

বাংলাদেশ লৈ প্ৰাচাৰৰ বাবে অনা হৈছিল গৰু কেইটা।

পুৱা ৬ বজাত বি এছ অফৰ অভিযান চলিল চৰ অঞ্চলটোত।

উল্লেখ্য যে ধুবুৰীৰ বিভিন্ন চোৰাং পথেৰে আজিও বাংলাদেশ লৈ অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায়।

Related Articles