অসম বিধানসভাত ২০২৫-২৬ বৰ্ষৰ বাজেট । Assam Budget

Assam Budget : বিত্তমন্ত্ৰী অজন্তা নেওগে অসম বিধানসভাত ২০২৫-২৬ বৰ্ষৰ বাজেট দাখিল কৰিছে। যদি আপুনি বিশেষ কিবা তথ্য বা ক্ষেত্ৰ সন্দৰ্ভত অধিক জানিব বিচাৰে, তেন্তে জনাব।

  • প্ৰশাসনীয় সংস্কাৰ আৰু প্ৰশিক্ষণ আৰু পেঞ্চন আৰু ৰাজহুৱা ওজৰ-আপত্তি বিভাগলৈ বাজেটত ১৭,৫৯০ কোটি টকাৰ প্ৰস্তাৱ।
  • কৃষি বিভাগলৈ বাজেটত ২,১৭৩ কোটি টকা আবণ্টন।
  • পশুপালন আরু পশু চিকিৎসা বিভাগলৈ বাজেটত ৬৩৬ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • বৰাক উপত্যকা উন্নয়ন বিভাগলৈ ১০৫ কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ।
  • সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগলৈ ৩০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • সমবায় বিভাগলৈ ২০১ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • সাংস্কৃতিক পৰিক্ৰমা বিভাগলৈ ২১৬ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • পৰিৱেশ আৰু বন বিভাগলৈ ১২৯০ কোটি টকাৰ প্ৰস্তাৱ।
  • আবকাৰী বিভাগলৈ ১১১ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • বিত্ত বিভাগলৈ ৩৫,৩০১ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • মীন বিভাগলৈ ১৬৩ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগলৈ ১০৬৬ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • সাধাৰণ প্ৰশাসন বিভাগলৈ ৯৯৪ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগলৈ ৩৩১ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগলৈ ৫,৩৯৩ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • উচ্চ শিক্ষা বিভাগলৈ ৩,৭৯৭ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • পাৰ্বত্য অঞ্চল বিভাগলৈ ৩,০৭৬ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • গৃহ আৰু ৰাজনৈতিক বিভাগলৈ ৮,২৯১ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগলৈ ২,৭০৪ কোটি টকাৰ প্ৰস্তাৱ।
  • খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু পৰিক্ৰমা বিভাগলৈ ৫৮ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগলৈ ২,৪৭১ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • তথ্য, জনসংযোগ আৰু মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগলৈ ২০৪ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • তথ্য আৰু প্ৰযুক্তি বিভাগলৈ ৫৬ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • জলসিঞ্চন বিভাগলৈ ৯৬৪ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • ন্যায়িক বিভাগলৈ ৮৭৯ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • শ্ৰমিক কল্যাণ বিভাগলৈ ১০৯ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • বিধায়িনী বিভাগলৈ ৩৪ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগলৈ ২,৫৪২ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • খনি আৰু খনিজ সম্পদ বিভাগলৈ ৭,৪৭০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • সংসদীয় পৰিক্ৰমা বিভাগলৈ বাজেটত ০.৭৯ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • কৰ্মচাৰী বিভাগলৈ ৩৮ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • শক্তি বিভাগলৈ ২,৬২৬ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • জনস্বাস্থ্য কাৰিকৰী বিভাগলৈ ৫,১৯০ কোটি টকাৰ প্ৰস্তাৱ বাজেটত।
  • লোকনিৰ্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগলৈ ৩,২৮৫ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • লোকনিৰ্মাণ (পথ) বিভাগলৈ ১০,২০০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগলৈ ৩,১৮৫ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • বিদ্যালয় শিক্ষা বিভাগলৈ ১৮,৭৩৩ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভআগলৈ ৯০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগলৈ ৩৪০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগলৈ ৪১৭ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • ভূমি সংৰক্ষণ বিভাগলৈ ১৪৯ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগলৈ ১৯০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • উদ্ভাৱন, ইনকিউবেচন আৰু ষ্টাৰ্টআপ বিভাগলৈ ৬০ কোটি টকাৰ প্ৰস্তাৱ।
  • চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগলৈ ২১৬ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • পৰ্যটন বিভাগলৈ ১০১ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • ৰূপান্তৰ আৰু উন্নয়ন বিভাগলৈ ৫৫০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • পৰিবহণ বিভাগলৈ ৫৬৯ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • জনজাতি পৰিক্ৰমা (ভৈয়াম) বিভাগলৈ ৭৩৮ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • জলসম্পদ বিভাগলৈ ১,৫৯৯ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • বড়োলেণ্ড কল্যাণ বিভাগলৈ ৪,১৬০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • সংখ্যালঘু কল্যাণ বিভাগলৈ ৯১ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
  • মহিলা আৰু শিশু উন্নয়ন বিভাগলৈ ৪,৪৪৯ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।

Related Articles