September 5, 2023 গুৱাহাটী ৰে’লৱে ষ্টেচনত বাৰ্মিজ চুপাৰি জব্দ… Share FacebookTwitterWhatsAppTelegramKooEmail গুৱাহাটী ৰে’লৱে ষ্টেচনত বাৰ্মিজ চুপাৰি জব্দ। অবধ এক্সপ্ৰেছৰ পৰা জব্দ বাৰ্মিজ চুপাৰিখিনি। RPFৰ সহযোগত GRPএ জব্দ কৰে চুপাৰিখিনি। জব্দকৃত চুপাৰিখিনিৰ মূল্য প্ৰায় ৫০ লাখ টকা। ডিমাপুৰৰ পৰা অনা হৈছিল বাৰ্মিজ চুপাৰিখিনি। Author: দৈনন্দিন বাৰ্তা Related Articles গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026 উজনি অসমত এইবাৰ ৰাজ-মিস্ত্ৰীৰ ৰূপত মিঞা চোৰ দৈনন্দিন বাৰ্তা - February 25, 2026 গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী দৈনন্দিন বাৰ্তা - February 24, 2026