‘প্ৰধানমন্ত্ৰী ই-বাছ সেৱা’ আঁচনিত কেবিনেটৰ অনুমোদন ! দেশৰ ১০০খন চহৰত চলিব ইলেক্ট্ৰিক বাছসমূহ…

‘প্ৰধানমন্ত্ৰী ই-বাছ সেৱা’ আঁচনিত কেবিনেটৰ অনুমোদন।

১০ হাজাৰখন ইলেক্ট্ৰিক বাছ চলোৱাৰ সিদ্ধান্ত। দেশৰ ১০০খন চহৰত চলিব এই বাছসমূহ।

এই বাছ সেৱাত ব্যয় হ’ব ৫৭ হাজাৰ ৬১৩ কোটি টকা। কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্ত।

Related Articles