Breaking

শোণিতপুৰত ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ…

0 13

১১নং শোণিতপুৰ লোকসভাৰ অসম গণ পৰিষদ আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে শ্বহীদ বাকৰিৰ পৰা তেজপুৰৰ আদালত পাচ আলিলৈকে পদ যাত্ৰাত অংশগ্ৰহণ কৰে ৷

মুখ্যমন্ত্ৰী মহোদয়ক সঙ্গ দিয়ে মন্ত্ৰী অশোক সিংঘাল দেৱ, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা দেৱ, ৰঙাপাৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী দেৱ , অগপৰ শোণিতপুৰ জিলা সভাপতি ৰাতুল কুমাৰ নাথ দেৱ আৰু অগপ-বিজেপিৰ নেতা কৰ্মী সকল ৷ এই পদযাত্ৰাত তেজপুৰৰ হেজাৰৰো অধিক ৰাইজে মুখ্যমন্ত্ৰীৰ সৈতে তেজপুৰ চহৰ কঁপাই তোলে৷

Leave A Reply