Breaking

Browsing Category

শিক্ষা

কটন বিশ্ববিদ্যালয় আৰু কলকাতাৰ MAKAIAS ৰ মাজত বুজাবুজি চুক্তি

প্ৰতি বছৰে পৃথিৱীজুৰি ১৮ এপ্ৰিলত পালন কৰা বিশ্ব ঐতিহ্য দিৱসৰ লগত সংগতি ৰাখি কটন বিশ্ববিদ্যালয়ে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ কলকাতাস্থ প্ৰতিষ্ঠান মৌলানা আবুল কালাম আজাদ ইনষ্টিটিউট অৱ এছিয়ান
Read More...

ইউ পি এছ চিত ৫৫২ নম্বৰ স্থান লাভ নগাঁৱৰ ভাস্বত শইকীয়াৰ…

ইউ পি এছ চি পৰীক্ষাৰ ফলাফলত উজ্বলিল নগাঁৱৰ ভাস্বত শইকীয়া। UPSC ত 552 নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ভাস্বত শইকীয়া। পূৰ্বে আই এফ এছত স্থান লাভ কৰিছিল ভাস্বত শইকীয়াই।
Read More...

জ্যেষ্ঠ সংবাদিকৰ সৈতে কটনৰ সাংবাদিকতা বিভাগৰ শিক্ষাৰ্থীৰ মত-বিনিময়

গুৱাহাটী, ১০ এপ্ৰিল: কটন বিশ্ববিদ্যালয়ৰ মাণিক চন্দ্ৰ বৰুৱা প্ৰশাসনীয় ভৱনৰ প্ৰেক্ষাগৃহত 'মিডিয়া ৰাইটিং এণ্ড নুৱেনচ্ অৱ প্ৰডাকচন' শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। দিনৰ ১২বজাৰ পৰা আৰম্ভ হোৱা আলোচনাচক্ৰখন আয়োজন কৰে বিশ্ববিদ্যালয়খনৰ
Read More...

পুনৰ জিলিকিল ধৃতিৰাজ বাস্তৱ কলিতা…

মঙলদৈবাসীৰ বাবে অতিকৈ গৌৰৱ আৰু আনন্দৰ মুহূৰ্ত যে সমগ্ৰ অসমতে মেধাৰ বলত নিজৰ পৰিচয় দিবলৈ সক্ষম হোৱা দৰঙৰ ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতা ২০১৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম আৰু২০২১ চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান
Read More...

মানৱ জীৱনটো সুন্দৰভাৱে পৰিচালনা কৰিবৰ বাবে স্কুলীয়া শিক্ষাই সৰ্বশ্ৰেষ্ঠ নহয় :সত্ৰাধিকাৰ দেবানন্দ দেৱ…

বৰ্তমান সময়ত যুৱকসকলে আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব দিছে।যুৱক-যুৱতী সকলোৱে আহি গোঁসাইৰ শৰণ লৈছে । মানৱ জীৱনটো সুন্দৰভাৱে পৰিচালনা কৰিবৰ বাবে অকল স্কুলীয়া শিক্ষাই যথেষ্ট নহয়।ইয়াৰ লগতে লাগিব নৈতিক শিক্ষা,আধ্যাত্মিক চিন্তা,সাংস্কৃতিক চিন্তা।এই
Read More...

ভাৰত ‘প্ৰশিক্ষণ কেন্দ্ৰ ‘ হ’বলৈ কিয় বাধ্য ! শিক্ষা ব্যৱস্থাৰ এক ৰূপান্তৰ…

যিকোনো দেশৰ উন্নয়ন বহুলাংশে সেই দেশৰ শিক্ষা ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল আৰু বৰ্তমান সময়ত ভাৰতৰ শিক্ষাৰ স্তৰ যে বছৰৰ পিছত বছৰ ধৰি কমি আহিছে সেয়া অস্বীকাৰ কৰিব নোৱাৰি।মাত্ৰ কেইমাহমানৰ আগতে ৰাষ্ট্ৰীয় নমুনা জৰীপৰ এক চাঞ্চল্যকৰ প্ৰতিবেদন
Read More...

কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত মৃৎশিল্পৰ কৰ্ম্মশালা…

কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত মৃৎশিল্পৰ কৰ্ম্মশালা যোৱা ১ এপ্ৰিলৰ পৰা ৩ এপ্ৰিল তাৰিখলৈ কটন বিশ্ববিদ্যালয়ৰ প্ৰত্নতত্ত্ব বিভাগে ইণ্ডিয়ান নেশ্বনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ(INTACH), অসম আৰু কামৰূপ শাখাৰ সহযোগত স্কিল ইণ্ডিয়া
Read More...

উত্তৰ-পূব ভাৰতৰ জনদিয়েক মাৰৱাড়ী ব্যক্তিৰ জীৱন আধাৰিত গ্ৰন্থ ‘কীর্তি সুবাস’…

‘কীর্তি সুবাস’ হ’ল সমাজ সংগঠক , সাংবাদিক তথা প্রবন্ধকাৰ উমেশ খণ্ডেলিয়াদেৱে সম্পাদনা কৰা এখন প্রবন্ধ সংকলন। ‘কীর্তি সুবাস’খন উত্তৰ-পূব ভাৰতৰ জনদিয়েক মাৰৱাড়ী ব্যক্তিৰ জীৱন আধাৰিত গ্ৰন্থ । এই গ্ৰন্থখনৰ প্ৰকাশক হ’ল- পূৰ্বোত্তৰ মাৰৱাড়ী
Read More...

ছাত্ৰী সকললৈ সুখবৰ ! কলেজত অধ্যয়ন কৰা ছাত্ৰীসকলে পাব ২৫ হাজাৰ টকা…

কলেজলৈ পোৱা ছাত্ৰীসকলৈ এক সুখবৰ। এতিয়াৰে পৰা ২৫ হাজাৰ টকা একাউন্টত সোমাব ছাত্ৰীসকলৰ। অকল সেইয়াই নহয় নামভৰ্তিও সম্পূৰ্ণ বিনামূলীয়া হব ছাত্ৰী সকলৰ। এতিয়াৰে পৰা মেট্ৰিক পাছ কৰা ছাত্ৰীৰ একাউন্টত ১০ হাজাৰ টকা, ডিগ্ৰীলৈ পোৱা ছাত্ৰীসকলৰ একাউন্টত
Read More...

হয়,মই  Exit exam সমৰ্থন কৰোঁ : ৰিপণ জামান…

যোৱা কেইদিনমানৰে পৰা বিভিন্ন ধৰণৰ সামাজিক মাধ্যমবোৰত বিশেষকৈ ফেচবুকত exit exam ক লৈ ৰাজ্যৰ ফাৰ্মাচীষ্ট সকলৰ মাজত তীব্ৰ বাকবিতণ্ডা চলি আছে৷ যুক্তি তৰ্কই সীমা চেৰাই গৈছে ৷ কথা হ’ল যুক্তি তৰ্ক চলক আমাৰ কবলগীয়া একো নাই কিন্ত কিচুমানৰ যুক্তি
Read More...