Breaking

Browsing Category

শিক্ষা

শিক্ষা বিভাগৰ এটা ঘোষণাক লৈ চৰম দুৰ্ভোগ ভূগিছে জনতাই : টীয়কৰ কাকজানত পুৱাৰে পৰা বেংকৰ দুৱাৰে দুৱাৰে…

কাকজান : শিক্ষা বিভাগৰ এটা ঘোষণাক লৈ চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে সাধাৰণ জনতাই। শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনা মতে প্ৰাথমিকৰ পৰা স্নাতক পৰ্যায়ৰ সকলো ছাত্ৰ-ছাত্ৰীকে একাউণ্ট খোলাটো বাধ্যতামূলক। এই নিৰ্দেশনাৰ পাছতে হাঁহাকাৰ পৰিস্থিতি সৃষ্টি
Read More...

আই আই টি এডভান্স প্ৰৱেশ পৰীক্ষাত ৰামানুজনৰ চাৰি ছাত্ৰৰ সাফল্য

নগাঁও : উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা আৰু বিজ্ঞান শাখাত ধাৰাবাহিকভাৱে ঈৰ্ষনীয় ফলাফল প্ৰদৰ্শনেৰে ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰত উজ্বলি উঠা নগাঁও চহৰৰ ব্যক্তিগত খণ্ডৰ শিক্ষা প্রতিষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে বিগত সময়ত
Read More...

জামুগুৰিহাটৰ ছাত্ৰ পৰাশৰৰ কৃতিত্ব : শিক্ষা বিভাগৰ অনলাইন ৰচনা প্ৰতিযোগীতাত তৃতীয় স্থান দখল

জামুগুৰিহাট, ৪ অক্টোবৰ : ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে শিক্ষা বিভাগে অনুষ্ঠিত কৰা “ৰক্ত হীনতা আৰু ইয়াৰ প্ৰতিকাৰ” শীৰ্ষক অন লাইন ৰচনা প্ৰতিযোগিতাত শোণিতপুৰ জিলাৰ ভিতৰতে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে জামুগুৰিহাটৰ মধ্য জামুগুৰি উচ্চ মাধ্যমিক
Read More...

চিবিএছইৰ পাচতে এইবাৰ অসমৰ দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত কৰ্তন : ৰাজনীতি বিজ্ঞানত বাদ পৰিল জৱাহৰলাল…

দৈনন্দিন বাৰ্তা ডেস্ক : কেইমাহমানৰ আগতে চিবিএছইৰ পাঠ্যক্ৰম হ্ৰাস কৰা হৈছিল ৷ এইবাৰ অসমৰ দ্বাদশ শ্ৰেণীৰ ৰাজনৈতিক বিজ্ঞানৰ পাঠ্যক্ৰমৰ পৰা বাদ পৰিল জৱাহৰলাল নেহৰু ৷ তদুপৰি পাঠ্যক্ৰমৰ পৰা বাদ পৰিছে ১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষ, অযোধ্যাৰ ৰাম
Read More...

প্ৰথম বৰ্ষৰ শ্ৰেণী আৰম্ভ নৱেম্বৰত : নাথাকে গ্ৰীষ্মকালীন, শীতকালীন বন্ধ

অনলাইন বাৰ্তা : কৰ’নাৰ সংক্ৰমণৰ বাবে চলিত বছৰৰ ১ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব নতুন শিক্ষা বৰ্ষৰ স্নাতক আৰু স্নাতকোত্তৰৰ প্ৰথম ষান্মাষিকৰ শ্ৰেণী ৷ মঙলবাৰে এই কথা জনায় কেন্দ্রীয় শিক্ষামন্ত্রী ৰমেশ পোখৰিৱাল নিশাংকই ৷ টুইট কৰি মন্ত্ৰীজনে কয়, কৰ’নাৰ
Read More...

কেন্দ্রীয় শিক্ষামন্ত্রীৰ ঘোষণা : নৱেম্বৰৰ পৰা আৰম্ভ নতুন শিক্ষাবৰ্ষৰ শ্ৰেণী

অনলাইন বাৰ্তা : সংক্ৰমণৰ বাবে চলিত বছৰৰ ১ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব নতুন শিক্ষা বৰ্ষৰ স্নাতক আৰু স্নাতকোত্তৰৰ প্ৰথম ষান্মাষিকৰ শ্ৰেণী ৷ মঙলবাৰে এই কথা জনালে কেন্দ্রীয় শিক্ষামন্ত্রী ৰমেশ পোখৰিৱাল নিশাংকই ৷ টুইট কৰি মন্ত্ৰীজনে কয়, কৰ’নাৰ বাবে
Read More...

আজিৰ পৰা খোল খালে বিদ্যালয়সমুহৰ তলা : জামুগুৰিহাটত কম সংখ্যক ছাত্ৰ-ছাত্ৰীৰে বিদ্যালয়ত পাঠদান আৰম্ভ

জামুগুৰিহাট : সূদীৰ্ঘ ছমাহৰ অন্তত আজি ৰাজ্যৰখনৰ অন্যান্য প্ৰান্তৰ লগতে জামুগুৰিহাটতো খোল খালে বিদ্যালয়সমুহৰ তলা ৷ অভিভাৱকসকলৰ সন্মতি পত্ৰ লৈ অহা ছাত্ৰ-ছাত্ৰীসকলক পাঠদান আৰম্ভ কৰিছে শিক্ষক-শিক্ষয়ত্ৰীসকলে ৷ জামুগুৰিহাটৰ চিবিএছই পাঠ্যক্ৰমৰ
Read More...

নাজিৰাত ৬ মাহ বিৰতিৰ পাছত বিদ্যালয় আৰু মহাবিদ্যালয় সমূহৰ পাঠদান আৰম্ভ

গেলেকী : সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰাতো সম্পূর্ণ ৬ মাহ বিৰতিৰ পাছত আজিৰে পৰা আৰম্ভ হ'ল বিদ্যালয় আৰু মহাবিদ্যালয় সমূহৰ পাঠদান৷ অৱশ্যে নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈহে পাঠদান আৰম্ভ হৈছে৷ ক'ৰনাৰ ভয়াবহতাৰ বাবে ১৫ মাৰ্চৰ পৰাই বন্ধ হৈ আছিল
Read More...

নতুন শিক্ষানীতি ২০২০ত অনুমোদন কেন্দ্ৰীয় মন্ত্ৰীসভাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : কেন্দ্ৰীয় মন্ত্ৰীসভাই নতুন শিক্ষানীতি ২০২০ত অনুমোদন কৰিছে ৷ উল্লেখ্য যে ভাৰতত ৩৪ বছৰৰ পাচত শিক্ষা নীতি সলনি হ’ল ৷ ১৯৮৬ চনত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সলনি হৈছিল ৷ এইবাৰৰ শিক্ষানীতিত বহু গুৰুত্বপূৰ্ণ দিশ উন্মোচিত হৈছে৷
Read More...

অনলাইন যোগে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ ষান্মাযিকৰ চূড়ান্ত পৰীক্ষা সম্পন্ন

নগাঁও : বিশ্ববিদ্যালয় অনুদান আয়োগৰ নতুন নীতি-নিৰ্দেশনা অনুসৰি নগাঁওস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বিগত ১ ছেপ্তেম্বৰৰ পৰা অনলাইনযোগে আৰম্ভ হোৱা বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহ ১৪ তাৰিখে সুকলমে সম্পন্ন হৈ যায়‌। অতিমাৰী ক’ভিড-১৯
Read More...