Breaking

Browsing Category

বিনোদন

কৰ’ণাত আক্ৰান্ত মোহময়ী অভিনেত্ৰী ৰাকুলপ্ৰীত সিং

কৰ’ণাত আক্ৰান্ত বলীউডৰ মোহময়ী অভিনেত্ৰী ৰাকুলপ্ৰীত সিং। সামাজিক মাধ্যমযোগে এই কথা নিজেই প্ৰকাশ কৰে ৰাকুলপ্ৰীতে । https://twitter.com/Rakulpreet/status/1341302536901279744 ৰাকুলপ্ৰীত সিংৰ টুইট কৰ’ণা পজিটিভ ওলোৱাৰ পাছতে তেওঁ
Read More...

মুম্বাইৰ নৈশ ক্লাৱত যুৱতীৰ সৈতে মগ্ন তাৰকা : আটক ক্ৰিকেটাৰ সুৰেশ ৰাইনা, গুৰু ৰন্ধৱাসহ ৩৪ গৰাকী তাৰকা

মুম্বাইৰ আৰক্ষীৰ কঠোৰ অভিযান। দেশজুৰি কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ ৰাজ্য প্ৰশাসন উঠি পৰি লগাৰ সময়তে একাংশ তাৰকা মুম্বাইৰ নৈশ ক্লাৱত যুৱতীৰ সৈতে ব্যস্ত হৈ আছিল । নৈশ ক্লাৱত যুৱতীৰ সৈতে ব্যস্ত হৈ থকা ক্ৰিকেটাৰ সুৰেশ ৰাইনা, জনপ্ৰিয়
Read More...

এটা ‘শেষ নোহোৱা সাধু’ৰে ওমলিলে তিনি কুৰিৰো অধিক শিশুৱে; সামৰণি পৰিল শিশু নাট কৰ্মশালাৰ

জামুগুৰিহাট, ২১ ডিচেম্বৰ: জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ চামধৰা পানী গাঁও পাঁচআলিৰ ৰঙ্গমঞ্চত যোৱা ৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈ অহা শিশু নাট কৰ্মশালাৰ যোৱা কালি সফল সমাপ্তি ঘটে। উল্লেখ্য যে মুখ্য মন্ত্রী গ্ৰাম্য উন্নয়ন যোজনাৰ অন্তৰ্গত সাংস্কৃতিক
Read More...

বিবাহৰ আগতেই গৰ্ভাৱতী আছিল নেহা কক্কৰ !

বিবাহৰ দুমাহৰ পিছতে নেহা কক্কৰে ইন্টাগ্ৰামত এটা পোষ্ট কৰিছে যিটো পোষ্ট দেখাৰ পিছত সকলোকে আচৰিত কৰা দেখা গৈছে । ছচিয়েল মেডিয়াত পোষ্টটোকলৈ চৰ্চা আৰম্ভ হৈছে । পোষ্টটোত এখন ফটো পোষ্ট কৰা হৈছিল আৰু য’ত নেহাক গৰ্ভৱতী যেন দেখা গৈছে ।
Read More...

অসমীয়া লোক-সংস্কৃতিৰে জনজাতীয় যুৱতীৰ ব্যতিক্ৰমী নিদৰ্শন : থলুৱা আৰু অৰুণাচলী খাদ্য সম্ভাৰেৰে ৰাইজৰ…

টংলা, ১৫ ডিচেম্বৰ: যিটো সময়ত অসমৰ বহু যুৱক যুৱতী নিজ কৰ্মসংস্থাপনৰ বাবে দেশ বিদেশ ঘূৰি হাবাথুৰি খোৱাৰ পৰিলক্ষিত হৈছে, তেনে সন্ধিক্ষণত অসমৰ থলুৱা খাদ্য আৰু অৰুণাচলী খাদ্যৰে ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত খৈৰাবাৰীত
Read More...

চৰাইদেউৰ সাপেখাতীত ভাৰ উত্তোলন, শক্তি উত্তোলন, দেহশ্ৰী আৰু ফিটনেছ জিলাভিত্তিক প্ৰতিযোগিতা সম্পন্ন

সাপেখাতী, ১৪ নৱেম্বৰ : শৰীৰ নিৰোগী কৰি ৰাখিবলৈ সদায় শৰীৰ চৰ্চা কৰাটো অতিকৈ প্ৰয়োজনীয় ।  বৰ্তমান সময়ত শৰীৰৰ চৰ্চাৰ প্ৰতি খুবেই সচেতন আমাৰ  যুৱক যুৱতী সকল। নৱপ্ৰজন্মক  শৰীৰ চর্চাৰ প্ৰতি আকৰ্ষিত কৰি নিৰোগী কৰি ৰখাৰ উদ্দেশ্যেৰে অলিম্পাছ
Read More...

ৰাজনাথ সিঙক সাক্ষাৎ কংগনা ৰানাৱটৰ, কিয় আশীৰ্বাদ বিচাৰিলে কংগনাই

জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱটে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে হোৱা সাক্ষাৎৰ বিষয়ে টুইটাৰযোগে জনাই । তাৰকা গৰাকীয়ে দেওবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে আৰু তেওঁৰ আগন্তক ছবি 'তেজাছ'ৰ বাবে আশীৰ্বাদ বিচাৰে । তেওঁৰ বহু
Read More...

মই কেৱল এগৰাকী অভিনেত্ৰী হ’ব নিবিচাৰোঁ, মাধুৰী দীক্ষিতৰ দৰে ব্ৰেণ্ড হ’ব খোজোঁ :…

ত্ৰিধা চৌধুৰী এতিয়া এটা চিনাকি নাম । ববি দেউলৰ সৈতে আশ্ৰমত কৰা সুন্দৰ অভিনয়ৰ বাবে সকলোৰে মাজত চৰ্চিত হৈ পৰিছে আৰু প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ।  ত্ৰিধাই ষ্টাৰ প্লাচৰ "দাহলিজ" নামৰ এখন ধাৰাবাহিকত কৰা অভিনয়ৰে সকলোৰে হৃদয় জিকিছিল
Read More...

আই পি এল ২০২১ : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৪তম সংস্কৰণ ১০ এপ্ৰিলৰ পিছতহে অনুষ্ঠিত হ’ব

বি চি চি আইয়ে এতিয়াও ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ১৪তম সংস্কৰণৰ তাৰিখ ঘোষণা কৰিব পৰা নাই। অৱশ্যে, ই পি এল ২০২১ কেতিয়া আৰম্ভ কৰিব পাৰে তাৰ এক ইংগিত প্ৰদান কৰিছে। ব'ৰ্ড অফ কণ্ট্ৰোল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া (বিচিচিআই)য়ে
Read More...

সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ অঙ্কীয়া নাট কৰ্মশালাৰ শুভাৰম্ভ

উজনি-মাজুলী, ১০ ডিচেম্বৰঃ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ মাজুলী সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত আৰু সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ উদ্যোগত মাজুলীৰ নামনি চেৰেপাই গাঁৱৰ হৰিমন্দিৰত অঙ্কীয়া নাট প্ৰশিক্ষণ কৰ্মশালা এটিৰ বুধবাৰে শুভাৰম্ভ
Read More...