Breaking

Browsing Category

উত্তৰ-পূৰ্বাঞ্চল

নাজিৰা, শিমলুগুৰি নগৰত এক তৃতীয়াংশ দোকান খোলাৰ ব্যৱস্থা : ৰেড জ’নৰ পৰা অহা ৯ জনৰ পৰীক্ষাৰ…

নাজিৰা কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা তৃতীয় পৰ্যায়ৰ লকডাউনৰ নিৰ্দশনাৱলী সন্দৰ্ভত অসম চৰকাৰে জাৰি কৰা নিয়মবোৰ মানি চলি নাজিৰা মহকুমা প্ৰশাসনে প্ৰয়োজনীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত
Read More...

সদৌ মৰান ছাত্ৰৰ প্ৰতিষ্ঠা দিবস তিনিচুকীয়াত

তিনিচুকীয়া মৰাণ জনজাতিক জনজাতিকৰণ আৰু ষষ্ঠ অনুসুচীভুক্ত স্বায়ত্ত শাসন চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি সময় মতে প্ৰদান নকৰিলে সংগ্ৰাম অধিক কঠোৰভাৱে চলাই নিয়া হ'ব। মৰাণ জনজাতিৰ স্বাধিকাৰৰ লগতে সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন তথা সমন্বয় আৰু
Read More...

দৰং জিলাৰ দেউমৰনৈ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা

ওদালগুৰি মহামাৰী ক’ভিড-১৯ৰ বিৰুদ্ধে যোদ্ধাৰ ভূমিকা লোৱা  দেওমৰনৈ অসামৰিক চিকিৎসালয়ৰ সকলো স্বাস্থ্য কৰ্মীক দৃষ্টি নামৰ ছ’চি মিডিয়া গ্ৰুপৰ উদ্যোগত এক বিশেষ সম্বৰ্ধনা আয়োজন কৰা হৈছিল ৷ ক’ভিড-১৯ য়ে বিশ্বত যি মহামাৰীৰ ৰূপ ধাৰণ কৰিছে
Read More...

নাজিৰাত ‘কা’ আন্দোলনৰ কাৰাৰুদ্ধ নেতাৰ মুক্তিৰ দাবীত ঘৰৰ পদূলিত বন্তি প্ৰজ্বলন বীৰ লাচিত…

নাজিৰা  বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি চিতু বৰুৱা আহ্বানত কৃষক নেতা অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ, মানস কোঁৱৰ, বিতু সোণোৱালকে প্ৰমুখ্যে কৰি 'কা' আন্দোলনৰ নেতৃত্ব বহন কৰা সকলো ৰাজনৈতিক কাৰাৰুদ্ধ নেতাৰ মুক্তিৰ দাবীত আৰু সকলোৰে
Read More...

জামুগুৰিহাটৰ কিশোৰী ধৰ্ষণকাৰী আৰক্ষী জোৱানক কাৰাগাৰলৈ প্ৰেৰণ

জামুগুৰিহাট জামুগুৰিহাটৰ লুঙিবজাৰত লকডাউনৰ মাজতেই এগৰাকী কিশোৰীক ধৰ্ষণ কৰা ১১নং বেটেলিয়নৰ আৰক্ষী জোৱান ফুলেন ডেকাক মঙলবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰে৷ কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত ঘটনা সন্দৰ্ভত তদন্ত কৰি আৰক্ষীয়ে  ভাৰতীয়
Read More...

মাৰ্ঘেৰিটাত বন্দুকেৰে খুচি যুৱকৰ পেট ফালিলে আৰক্ষীয়ে

মাৰ্ঘেৰিটা দেশত তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হোৱাৰ সমান্তৰালকৈ সোমবাৰৰ পৰা ৰাজ্যত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ ঘোষণা কৰা হয় সান্ধ্য আইন৷ সান্ধ্য আইন ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্যজুৰি দেখা গ’ল অসম আৰক্ষীৰ ব্যাপক তৎপৰতা৷ তিনিচুকীয়া জিলাৰ
Read More...

হাতী মানুহৰ সংঘাতৰ তীব্ৰ ৰূপ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত

ওদালগুৰি সমগ্ৰ বিশ্বত ক’ৰ'ণাৰ আতংক তথা আৰ্থিক আৰু খাদ্যৰ সংকটে দেখা দিছে সময়তে ওদালগুৰি জিলাৰ ভাৰত -ভুটান সীমান্তত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত৷ যোৱা সোমবাৰৰ সন্ধিয়া প্ৰায় ৬ বজাত ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ
Read More...

দুলীয়াজান অইলৰ ৭০০০ লিটাৰ চোৰাং কনণ্ডেণ্টছেট তেল জব্দ আৰক্ষীৰ : ৰঙাঘৰলৈ ২

দুলীয়াজান সোমবাৰে নিশা দুলীয়াজান আৰক্ষী আৰু নাওহলীয়া আৰক্ষীয়ে যুটীয়া অভিযান চলাই অইল ইণ্ডিয়া লিমিটেডৰ বৃহৎ চোৰাং কনণ্ডেণ্টছেট তেল জব্দ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে সোমবাৰে নিশা দুলীয়াজানৰ এটা আৰক্ষী দলে গোপন সূত্ৰৰ পম খেদি ২ নং
Read More...

বাৰিষা আগমনত গৰাখহনীয়া, কৃত্ৰিম বান ৰোধত তৎপৰতা গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগৰ

গোলাঘাট গোলাঘাট সমষ্টিৰ দুখন ডাঙৰ নৈ ধনশিৰি আৰু দৈয়াং। এই নদী দুখনত প্ৰত্যেক বাৰিষাত তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি হয়৷ ইয়াৰ লগতে সৰু নদী ঘিলাধাৰী, মকৰং, কাকডোঙা, চেলচেলি, চিচুপানী আদি বাম হৈ কৃত্ৰিম বানৰ সৃষ্টি কৰি আহিছে। গোলাঘাটৰ
Read More...

তৃতীয় পৰ্যায় লকডাউনৰ সময়ত বোকাজানত জনসমাগম : ৰাস্তাত গাড়ী মটৰৰ পয়োভৰ

বোকাজান ক’ৰ’ণা ৰোধৰ বাবে পৰা তৃতীয় পৰ্যায় লকডাউনৰ আৰম্ভণি সময়ত বোকাজানৰ ৰাস্তা-ঘাট, হাতে-বজাৰে ৰাইজৰ জনসমাগম দেখিবলৈ পোৱা গৈছে। স্বতঃস্ফূৰ্তভাৱে একাংশ লোকে দুচকীয়া, চাৰিচকীয়া বাহন লৈ বোকাজান মূল নগৰৰ লগতে বিভিন্ন স্থানত ভিৰ কৰি
Read More...