Breaking

Browsing Category

মৰ্মাহত

জ্যেষ্ঠ অধিবক্তা দেৱ কুমাৰ ভট্টাচাৰ্যৰ পৰলোকপ্ৰাপ্তি

জ্যেষ্ঠ অধিবক্তা দেৱ কুমাৰ ভট্টাচাৰ্যৰ পৰলোকপ্ৰাপ্তি । শনিবাৰে জ্যেষ্ঠ অধিবক্তা তথা অসম আইনী সংমণ্ডলৰ ডীন দেৱ কুমাৰ ভট্টাচাৰ্যৰ বাৰ্ধক্যজনিত সমস্যাৰ বাবে পৰলোক ।
Read More...

পলাশবাৰীত পৃথকে পৃথকে দুখনকৈ যাত্ৰীবাহী বাছৰ দূৰ্ঘটনা

ভোগালীৰ উচাহৰ মাজতে পলাশবাৰী আৰক্ষী থানাৰ বৰ তেজপুৰৰ NRL তেল ডিপুৰ সন্মুখত সংঘটিত হয় ভয়ানক পথ দুৰ্ঘটনা । গুৱাহাটীৰ পৰা ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি আছিল ধুবুৰী অভিমুখি বাছ এখন । AS-01, EC-9020 নম্বৰ বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই বৰ
Read More...

খাৰুপেটিয়া ইউনিয়ন বেংকৰ কৰ্মচাৰীৰ দু-ব্যৱহাৰ আৰু মানসিক হেচাত প্ৰাণ গ’ল এজনৰ

খাৰুপেটিয়াস্থিত ইউনিয়ন বেংকৰ কৰ্মচাৰীৰ দুৰ ব্যৱহাৰ তথা মানসিক হেচাত হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপিত হৈছে দৰঙৰ খাৰুপেটিয়াত। ঘটনা সন্দৰ্ভত খাৰুপেটিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। এজাহাৰত উল্লেখ কৰা মতে
Read More...

দলবদ্ধ ধৰ্ষণ : মহিলাৰ যৌনাংগত ৰডেৰে আক্ৰমণ কৰাৰ লগতে ভাঙিলে বুকুৰ কামিহাড়

দিল্লীৰ নিৰ্ভয়া কাণ্ডৰ কথা আপোনাৰ নিচ্ছয় মনত আছে । নিৰ্ভয়াৰ ওপৰত চলন্ত বাছত কি দৰে চলিছিল অত্যাচাৰ । এইবাৰ তেনে নাৰকীয় নিৰ্যাতনৰ বলি হ’ল উত্তৰ প্ৰদেশৰ এগৰাকী মহিলা । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি মহিলাগৰাকীৰ যৌনাংগত
Read More...

সন্ধান ওলাল বিশ্বজিৎ দৈমাৰীৰ নিৰুদ্দিষ্ট পুত্ৰৰ

অৱশেষত সন্ধান ওলাল বিশ্বজিৎ দৈমাৰীৰ নিৰুদ্দিষ্ট পুত্ৰৰ। চিৰাঙত সন্ধান পোৱা গৈছে অমিত ৰাজ দৈমাৰীৰ । চাপাগুৰি বাছ ষ্টেচনত উদ্ধাৰ কৰা হয় প্ৰাক্তন সাংসদগৰাকীৰ পুত্ৰক । ADGP L&O জিপি সিঙে টুইটযোগে জনালে এই তথ্য। মঙলবাৰে বিয়লি তিনি বজাৰ
Read More...

শ্মশানত মৃতদেহ দাহ কৰিবলৈ আহি মৃত্যু ২৫জনৰ

দেওবাৰে উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাৰ মুৰাদনগৰৰ এখন শ্মশানৰ মূধচ খহি পৰাত মৃত্যুৰ মুখত পৰে ২৫জন লোক। লগতে ১৫জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে । স্থানীয় চৰকাৰী চিকিৎসালয়ৰ চিকিৎসা বিষয়া অনুৰাগ ভাৰ্গৱে সংবাদ মাধ্যমক জনোৱা মতে, আহত
Read More...

জামুগুৰিহাটত অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃত্যু

জামুগুৰিহাট, ২৭ডিচেম্বৰ: জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কেশৱ বৰঠাকুৰৰ আজি দিনৰ ১বজাত  বাধ্যকজনিত কাৰণত নিজা বাসগৃহত মৃত্যু হয়।মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৯৫বছৰ । সূদূৰ যোৰহাটৰ পৰা জামুগুৰিহাটলৈ আহি জামুগুৰি
Read More...

উৰিয়াগাঁৱত পথ দুৰ্ঘটনাত যুৱক নিহত

নগাঁও, ২৬ ডিচেম্বৰঃ নগাঁও জিলাৰ ইটাচালি টাউন আৰক্ষী চকীৰ অন্তৰ্গত উৰিয়াগাঁৱৰ বাইপাছ চ’কৰ সমীপত কালি নিশা প্ৰায় ১১.৩০ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয়। নিহত যুৱকজন বঢ়মপুৰ তিনিআলিৰ হিমাংশু বৰা (২৪) ।জানিব পৰা মতে ,কালি
Read More...

ডবকা SBI বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা : গুৰুতৰ ভাৱে আহত প্ৰাক্তন ব্লক কংগ্ৰেছৰ সভানেত্ৰী ৰিনা বেগম…

ডবকা, ২৪ ডিচেম্বৰ : আজি সন্ধিয়া হোজাই জিলাৰ ডবকা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ডবকা SBI বাইপাচত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাবে আহত হয় কংগ্ৰেছ নেত্ৰী। গুৰুতৰভাৱে আহত ৰহিমা বেগম  চৌধুৰী ওৰফে ৰিনা বেগম । ৰিনা বেগম বিন্নাকান্দি ব্লক মহিলা কংগ্ৰেছৰ
Read More...

হোজাইত সংঘটিত হয় এক শোকাৱহ ঘটনা: হোজাই ৰে’ল ষ্টেচনত এজন লোকৰ মৃতদেহ উদ্ধাৰ

হোজাই, ২৪ ডিচেম্বৰ: হোজাইত নিশা সংঘটিত হয় এক শোকাৱহ ঘটনা, ৰে'ল ষ্টেচনত এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃত লোকজনৰ নাম গংগাপ্ৰসাদ শাহু (৫০) আৰু তেওঁৰ ঘৰ হোজাই তেলিবস্তিৰ বুলি জানিব পৰা গৈছে। উজনিমুৱা নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী
Read More...