Breaking

Browsing Category

মৰ্মাহত

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু চিকিৎসকৰ ।

দৈনন্দিন বাৰ্তা ডেস্ক: লোক নায়ক জয় প্ৰকাশ হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ডাঃ অসীম গুপ্তা ক’ৰোনাত আক্ৰান্ত হৈ শনিবাৰে মৃত্যু হৈছে৷ ৫৬ বছৰীয়া গুপ্তা ক’ৰোনত আক্ৰান্ত হোৱাৰ কথা ৬ জুনত পোহৰলৈ আহিছিল৷ উল্লেখ্য যে এনাষ্ঠেছিয়াৰ আগশাৰীৰ বিশেষজ্ঞ ডাঃ
Read More...

অসম আন্দোলনৰ আগশাৰী নেতা-কৃৰ্তি শিক্ষক অজিত কুমাৰ গগৈৰ দেহাৱসান । নাজিৰাত শোকৰ ছাঁ ।

নাজিৰা : নাজিৰা মহকুমাৰ ৰেৱতী কপহুৱা গাঁৱৰ নিবাসী ছয়বছৰীয়া অসম আন্দোলনৰ আগশাৰী নেতা কূৰ্তি শিক্ষক তথা প্ৰাক্তন প্ৰধান শিক্ষক লক্ষীকান্ত গগৈৰ সুযোগ্য সন্তান অজিত কুমাৰ গগৈ (৫৯)ৰ কালি বিয়লি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন
Read More...

উজনি মাজুলীত পানীত পৰি এজনৰ মৃত্যু ।

উজনি-মাজুলী : উজনি মাজুলী ফুলনি আৰক্ষী চকীৰ অন্তৰ্গত কোটাই নাহৰণিৰ নিৱাসী দুলাল বৰাৰ পুত্ৰ   নিত্যানন্দ বৰা ( ৪৮)  নামৰ লোকজন পানীত পৰি অকাল মৃত্যুক সাৱতি  লয় ৷ ঘটনা অনুসৰি কালি  সন্ধ্যা ঘৰৰ পৰা কিবা কাম থকা বুলি ওলাই যোৱা লোকজন বহু
Read More...

কলিয়াবৰত লুইতৰ বানৰ সংহাৰ : বানৰ কৱলত কলিয়াবৰৰ বৰঘূলীৰ বিস্তীৰ্ণ অঞ্চল।

কলিয়াবৰ : এতিয়া ৰাজ‍্যত বছৰৰ দ্বিতীয়টো বানৰ সংহাৰ। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈৰ বাঢ়নী পানীয়ে ৰাজ‍্যৰ প্ৰায় কেইখন জিলাতে তাণ্ডৱ অব‍্যাহত ৰাখিছে। নেৰা-নেপেৰা বৰষুণৰ ফলত পৰিস্থিতি অধিক অৱনতি ঘটিছে বহুকেইখন জিলাত। নগাঁও জিলাৰ কলিয়াবৰতো
Read More...

জামুগুৰিহাটত অৱসৰপ্ৰাপ্ত কৃতি শিক্ষকৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

জামুগুৰিহাট : জামুগুৰিহাটৰ অন্তৰ্গত মুঢ়াদল গাঁও নিবাসী তথা উত্তৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক প্ৰফুল্ল হাজৰিকাৰ আজি পুৱা পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত হাজৰিকাৰ বয়স আছিল ৭২ বছৰ। কোনো ধৰণৰ বিশেষ শাৰীৰিক
Read More...

আত্মঘাতী হল এগৰাকী ছাত্ৰী।

কৰিমগঞ্জ : উচ্চমাধ্যমিক পৰীক্ষাত উৰ্ত্তীন হ'ব নোৱাৰি মৃত্যুৰ পথ আকোৱালি লয় এগৰাকী ছাত্ৰীয়ে । আত্মহত্যাৰ পথ বাছিলোৱা ছাত্ৰী গৰাকীৰ ঘৰ কৰিমগঞ্জ চহৰৰ বিপিনপাল ৰোড এলেকাত। কৰিমগঞ্জ মহাবিদ্যালয়ৰ বানিজ্য শাখাৰ ছাত্ৰী আছিল ৰাজশ্ৰী দেব। মাধ্যমিক
Read More...

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱজ্যোতি শইকীয়াৰ মৃত্যু ৷

ননৈ : নগাঁও জিলাৰ মৰিকলং জ্যোতিনগৰ নিৱাসী তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱজ্যোতি শইকীয়াৰ ১৬ জুন মঙ্গলবাৰে পুৱা নিজা বাসভৱনত  পৰলোকপ্ৰাপ্তি হয়৷ মাহদিয়েক পূৰ্বে উচ্চ ৰক্তচাপ জনিত কাৰনত গুৱাহাটীৰ এখন ব্যক্তিগত
Read More...

নাজিৰাৰ গেলেকীৰ ডিএছএ অ’এনজিচি কলনিৰ কোৱাৰেণ্টইন শিৱিৰত চাঞ্চল্যকৰ ঘটনা : বিদ্যুৎস্পষ্ট হৈ…

নাজিৰা : দেশৰ মহাৰত্ন উদ্যোগ অ'এনজি চি অসম সম্পদৰ অধীনস্থ নাজিৰা মহকুমাৰ গেলেকী ডিএছএ কৰ্তৃপক্ষৰ চৰম অকমৰ্ণতাৰ বাবে যোৱা নিশা কোৱাৰেণ্টইন চেণ্টাৰত বিদ্যুৎস্পষ্ট হৈ এজন কৰ্মচাৰী থিতাতে মৃত্যু হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিহত
Read More...

ডবকা ভেলৌগুৰিত জঘন্য ঘটনা, ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি ঘৰতেই পেলাই থৈ গল মৃতদেহ ।

ডবকা : জঘন্য, অমানৱীয়, মৰ্মান্তিক এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে ডবকাৰ ভেলৌগুৰি আদৰ্শ গাঁৱত। এগৰাকী নাবালিকা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰি ঘৰতেই পেলাই থৈ গল মৃতদেহ। এই ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাটো সংঘটিত
Read More...

ঋতুপৰ্ণ পেণ্ডৰ হত্যা কাণ্ডক গৰিহণা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ । পৰিয়ালক আৰ্থিক সাহাৰ্য্য প্ৰদানৰ…

দলগাও : গুৱাহাটী মহানগৰীৰ মাজমজিয়াত দিন দুপৰতে  ঋতুপৰ্ণ পেগুক হত্যাকৰা ঘটনাক অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে পৰিয়ালৰ সদস্যক আৰ্থিক অনুদান দিয়াৰ দাবী জনাইছে। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ
Read More...