Breaking

Browsing Category

মৰ্মাহত

জুনিয়ৰ মেহমুদ খ্যাত অভিনেতা নাইম চৈয়দৰ ৬৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ…

জুনিয়ৰ মেহমুদ খ্যাত অভিনেতা নাইম চৈয়দৰ দেহাৱসান। ৬৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ।
Read More...

বিশিষ্ট শিল্পী, সংগীতজ্ঞ, সুৰকাৰ ভৱেশ গোস্বামীৰ দেহাৱসান…

বিশিষ্ট শিল্পী, সংগীতজ্ঞ, সুৰকাৰ ভৱেশ গোস্বামীৰ দেহাৱসান৷ ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ভৱেশ গোস্বামীৰ৷
Read More...

ৰূপেশ্বৰ বেজবৰুৱাৰ বিয়োগঃ দল সংগঠনৰ গভীৰ শোক প্ৰকাশ…

ৰূপেশ্বৰ বেজবৰুৱাৰ বিয়োগঃ দল সংগঠনৰ গভীৰ শোক প্ৰকাশ চিলাথাৰৰ অঞ্চলৰ কৰফুলনি গাঁও নিবাসী বিশিষ্ট সমাজ হিতৈষী ৰুপেশ্বৰ বেজবৰুৱাৰ (৯১) যোৱা নিশা বাৰ্ধক্য জনিত কাৰণত পৰলোক প্ৰাপ্তি ঘটে। প্ৰাপ্ত খবৰ মতে বয়োজ্যেষ্ঠ সমাজ কৰ্মী ৰূপেশ্বৰ
Read More...

চিমেন চাপৰিত শোকৰ ছা, বিভিন্ন সংগঠনৰ শোক প্ৰকাশ,সুদক্ষ ফুটবল খেলুৱৈ, বড়ো ভল্যুনটিয়াৰ ফৌৰ্জৰ…

একালৰ সুদক্ষ খেলুৱৈ,বড়ো ভল্যুনটিয়াৰ ফৌৰ্জৰ অবিভক্ত লখিমপুৰ জিলাৰ কমাণ্ডাৰ ,ধেমাজি জিলা পৰিষদৰ প্ৰাক্তন সভাপতি লাইচুমা স্বৰ্গীয়াৰীৰ আজি নিজা বাসভৱনত পৰলোকগামী হয়। যোৱা পাঁচবছৰৰ পৰা বহুমূত্ৰ, বৃক্ক,কিডনিৰ ৰোগত আক্ৰান্ত হোৱা লাইচুমা
Read More...

কুমুদ দত্তৰ মৃত্যুঃ চিলাপথাৰত শোকৰ ছাঁ দল সংগঠন-ৰাইজৰ শ্ৰদ্ধাঞ্জলিৰে শেষকৃত্য সম্পন্ন… 

কালি সন্ধিয়া প্ৰায় ৫ বজাত চিলাপথাৰ নগৰৰ বাসিন্দা তথা চিলাপথাৰ ৰেচিডেণ্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক কুমুদ দত্তৰ (৬৭) পশ্চিম বংগৰ শিলিগুৰিত পৰলোকপ্ৰাপ্তি হয়। যোৱা কিছুদিন ধৰি ব্যক্তিজন শাৰিৰীকভাৱে অসুস্থ
Read More...

মিচিং আগম কৗবাঙৰ প্ৰাক্তন উপসভাপতি নন্দেশ্বৰ দলেৰ দেহাৱসানঃ বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ…

মিচিং আগম কৗবাঙৰ প্ৰাক্তন উপসভাপতি নন্দেশ্বৰ দলেৰ দেহাৱসানঃ বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশঃ মিচিং জনজাতিসকলৰ একমাত্ৰ ভাষা-সাহিত্যৰ সংগঠন মিচিং আগম কৗবাঙৰ প্ৰাক্তন উপসভাপতি, মিচিং মিমাগ কৗবাঙৰ প্ৰাক্তন নেতা, শিক্ষক, লেখক নন্দেশ্বৰ
Read More...

বৰ্ষীয়ান সমাজকৰ্মী-মৌজাদাৰ চন্দ্ৰকান্ত দলেৰ দেহাৱসানঃ বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ…

বৰ্ষীয়ান সমাজকৰ্মী-মৌজাদাৰ চন্দ্ৰকান্ত দলেৰ দেহাৱসানঃ বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশঃ মৌজাদাৰ, বৰ্ষীয়ান সমাজকৰ্মী, ধেমাজি জিলাৰ গোগামুখ ওখমাটি নিৱাসী চন্দ্ৰকান্ত  দলেৰ কালি সোমবাৰে নিশা ১১-৩০ বজাত  দেহাৱহান ঘটিছে ৷ মৌজাদাৰ,
Read More...

ডঃ বীৰেন্দ্ৰ নাথ দত্তৰ প্ৰয়াণত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ শোক…

পাণ্ডিত্য আৰু সংগীতেৰে অসমৰ সমাজ জীৱন মহীয়াণ কৰা ড:বীৰেন্দ্ৰ নাথ দত্তৰ বিয়োগত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই গভীৰ শোক প্রকাশ কৰিছে লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ
Read More...

ড° বীৰেন্দ্ৰনাথ দত্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে- "বকুলৰ কথা ক'লে বহুতো চিনাকি মুখচকুৰ আগেদি ভাঁহি যায়বহুতো পাহৰা গানবহু মান-অভিমান বকুলেই দিয়ে সোঁৱৰায়।
Read More...

ৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰ চৰ্চা বিচাৰক সংগ্ৰাম বেজবৰুৱাৰ আকস্মিক মৃত্যু

শিৱসাগৰ নগৰৰ ঐতিহ্যমণ্ডিত বেজবৰুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাষৰ বেজবৰুৱাৰ চুকৰ বাসিন্দা প্ৰয়াত ব্ৰজেন বেজবৰুৱাৰ পুত্ৰ তথা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতিপ্ৰাপ্ত শৰীৰ চৰ্চা ক্ৰীড়াৰ বিচাৰক ও প্ৰশিক্ষক সংগ্ৰাম বেজবৰুৱাৰ
Read More...