Browsing Category

মৰ্মাহত

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱজ্যোতি শইকীয়াৰ মৃত্যু ৷

ননৈ : নগাঁও জিলাৰ মৰিকলং জ্যোতিনগৰ নিৱাসী তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱজ্যোতি শইকীয়াৰ ১৬ জুন মঙ্গলবাৰে পুৱা নিজা বাসভৱনত  পৰলোকপ্ৰাপ্তি হয়৷ মাহদিয়েক পূৰ্বে উচ্চ ৰক্তচাপ জনিত কাৰনত গুৱাহাটীৰ এখন ব্যক্তিগত
Read More...

নাজিৰাৰ গেলেকীৰ ডিএছএ অ’এনজিচি কলনিৰ কোৱাৰেণ্টইন শিৱিৰত চাঞ্চল্যকৰ ঘটনা : বিদ্যুৎস্পষ্ট হৈ…

নাজিৰা : দেশৰ মহাৰত্ন উদ্যোগ অ'এনজি চি অসম সম্পদৰ অধীনস্থ নাজিৰা মহকুমাৰ গেলেকী ডিএছএ কৰ্তৃপক্ষৰ চৰম অকমৰ্ণতাৰ বাবে যোৱা নিশা কোৱাৰেণ্টইন চেণ্টাৰত বিদ্যুৎস্পষ্ট হৈ এজন কৰ্মচাৰী থিতাতে মৃত্যু হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিহত
Read More...

ডবকা ভেলৌগুৰিত জঘন্য ঘটনা, ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি ঘৰতেই পেলাই থৈ গল মৃতদেহ ।

ডবকা : জঘন্য, অমানৱীয়, মৰ্মান্তিক এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে ডবকাৰ ভেলৌগুৰি আদৰ্শ গাঁৱত। এগৰাকী নাবালিকা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰি ঘৰতেই পেলাই থৈ গল মৃতদেহ। এই ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাটো সংঘটিত
Read More...

ঋতুপৰ্ণ পেণ্ডৰ হত্যা কাণ্ডক গৰিহণা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ । পৰিয়ালক আৰ্থিক সাহাৰ্য্য প্ৰদানৰ…

দলগাও : গুৱাহাটী মহানগৰীৰ মাজমজিয়াত দিন দুপৰতে  ঋতুপৰ্ণ পেগুক হত্যাকৰা ঘটনাক অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে পৰিয়ালৰ সদস্যক আৰ্থিক অনুদান দিয়াৰ দাবী জনাইছে। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ
Read More...

কঠিয়াতলীত অৰ্ধউলংগ মহিলাৰ মৃতদেহ উদ্ধাৰ । মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য…

নগাঁও : কঠিয়াতলি বজাৰৰ মাজমজিয়াত আজি পূৱাভাগত এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। বজাৰখনৰ মাজত থকা এটি জিৰণিচৰাত অৰ্ধউলংগ অৱস্থাত এটি মৃতদেহ উদ্ধাৰৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
Read More...

অভিনেতা সুশান্তৰ শেষকৃত্যৰ সময়ত বৌৱেকৰ মৃত্যু ।

মাত্ৰ ৩৪ বছৰ বয়সতে যোৱা ১৪ জুনত আত্মঘাতী হোৱা বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ দেশবাসীৰ মাজত আলোচনা অব্যাহত আছে৷ তেওঁৰ মৃত্যুত দেশত শোকৰ ছাঁ পৰে৷ দেওৰেক সুশান্তৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাছিল তেওঁৰ বৌৱেকে৷ সুশান্ত মৃত্যুৰ
Read More...

জামুগুৰিহাটৰ সংগীয়া মাজৰ চুকৰ নাৰায়ণ হাজৰিকাৰ মৃত্যু।

দৈনন্দিন বাৰ্তা: জামুগুৰিহাটৰ সংগীয়া মাজৰ চুক গাঁৱৰ সৰবৰহী ব্যক্তি, সমাজকৰ্মী নাৰায়ণ হাজৰিকা(৬৪)ৰ দেওবাৰে নিশা পৰলোকপ্ৰাপ্তি ঘটে৷ দেওবাৰে হঠাৎ উচ্চ ৰক্তচাপিত ৰোগত আক্ৰান্ত হোৱাত লোকজনক ততাতৈয়াকৈ তেজপুৰস্হিত মিচন হস্পিতালত ভৰ্তি কৰোৱা
Read More...

অভিনেতা সুশান্ত সিং ৰাজপুটৰ আত্মহত্যা ।

ৰাষ্ট্ৰীয় বাৰ্তা  অভিনেতা সুশান্ত সিং ৰাজপুটে দেওবাৰে আত্মহত্যা কৰা ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ তেওঁ নিজৰ ঘৰতে চিপ লৈ আত্মহত্যা কৰে৷ কিয় এই অভিনেতাজনে আত্মহত্যা কৰিলে সেই কথা জানিব পৰা নাই৷ এই বলীউডৰ অভিনেতাজনে ৩৪ বছৰ
Read More...

সংগীতপ্ৰাণ ইন্দ্ৰেশ্বৰ শৰ্মাৰ বিয়োগ সংগীত জগতৰ বাবে অপূৰণীয় ক্ষতিঃ উজনি অসম মুছলিম কল্যাণ পৰিষদ ।

যোৰহাট  সাংস্কৃতিক মহানগৰী যোৰহাটৰ বিশিষ্ট সাংস্কৃতিককৰ্মী , বৰ্ষীয়ান সংগীতজ্ঞ তথা যোৰহাট সংগীত বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ইন্দ্ৰেশ্বৰ শৰ্মাৰ মৃত্যুৱে যোৰহাটৰ সংগীত ক্ষেত্ৰখনকেই যেন ওকা কৰি থৈ গ’ল ৷ এক অৰ্থত ক’বলৈ গলে যোৰহাটবাসী সংগীত
Read More...

সোণতলী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজনৰ৷ শোকাকুল পৰিৱেশ পৰিয়ালৰ মাজত ৷

সোণতলী  দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত তথা সোণতলী আৰক্ষী চকীৰ এলেকাধীন ৩নং দক্ষিণ ৰাঙাপানীত আজি সংঘটিত হৈছে এই শোকাৱহ ঘটনা ৷ গাঁওখনৰ বাদশা আলী (৩০) নামৰ দৰিদ্ৰ লোকজনে প্ৰখৰ ৰদত পথাৰত ধান কাটি আহি জিৰণি লবলৈ নিজ গৃহত উপস্থিত হয় ৷
Read More...