মৰ্মাহত

শ্বিলঙত স্বামীক হত্যা কৰি গাজিপুৰৰ ধাবাত পৰকীয়া প্ৰেমিকৰ সৈতে ক’ত মচগুল হৈ আছিল সোনম ! Sonam Raghuwanshi

শ্বিলঙত স্বামীক হত্যা কৰি গাজিপুৰৰ ধাবাত পৰকীয়া প্ৰেমিকৰ সৈতে ক'ত মচগুল হৈ আছিল সোনম ! Sonam Raghuwanshi

Namrata Bora: নম্ৰতা বৰাৰ মৃত্যুৱে উন্মোচিত হৈছে ন ন তথ্য ! পোহৰলৈ আহিছে নতুন কাহিনী

নুমলীগড়ৰ নম্ৰতা বৰাৰ মৃত্যু-কাণ্ডই(Namrata Bora) লৈছে নতুন ৰূপ! অধিবক্তা নম্ৰতাৰ দুৰ্ঘটনাত মৃত্যু নে হত্যা সেয়া ৰহস্যময় বিষয়!ঘটনাৰ ৰহস্য আৰু মৃত্যুৰ ন্যায় বিচাৰি গুৱাহাটীৰ দিছপুৰ আৰু মেঘালয়ৰ থানাত এজাহাৰ দাখিল পৰিয়ালৰ।

Dr Dalimi Konwar: অসমীয়া লোক সংস্কৃতিৰ গৱেষক, দিহানাম আৰু বিহুৰ বিচাৰক ড° ডালিমী কোঁৱৰৰ দেহাৱসান

অসমীয়া লোক সংস্কৃতিৰ গৱেষক, দিহানাম আৰু বিহুৰ বিচাৰক ড০ ডালিমী কোঁৱৰ আৰু নাই।(Dr Dalimi Konwar)নুনমাটিৰ নিজা বাসগৃহত ৩.২০ বজাত শেষ নিশ্বাস ত্যাগ।

Strom: কলিয়াবৰত ধুমুহাই প্ৰাণ ল’লে এজনৰ

কলিয়াবৰত ধুমুহাই প্ৰাণ ল'লে এজন যুৱকৰ।(Strom) ধুমুহাত গছৰ ডাল ভাঙি কৰুণ মৃত্যুক সাৱটি ল'লে এজন যুৱকে। কলিয়াবৰ সমজিলাৰ উলুৱনি আৰক্ষী নীৱেশৰ সমীপত সংঘটিত হয় কৰুণ দুৰ্ঘটনাটো।

নতুন ৰূপত নগাঁৱৰ হয়বৰগাঁও ৰেল ষ্টেচন — ‘অমৃত ভাৰত ষ্টেচন আঁচনি’ৰ অন্তৰ্গত গৌৰৱময় উদ্বোধন । Haibargaon Railway Station 

নতুন ৰূপত নগাঁৱৰ হয়বৰগাঁও ৰেল ষ্টেচন — ‘অমৃত ভাৰত ষ্টেচন আঁচনি’ৰ অন্তৰ্গত গৌৰৱময় উদ্বোধন । Haibargaon Railway Station 

Popular