ৰাজনীতি

Himanta Biswa Sarma: USTMৰ আচাৰ্য মহবুবুল হকৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

উচ্ছেদিত পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক (Himanta Biswa Sarma) পঢ়োৱাৰ দায়িত্ব ল'ম বুলি কোৱা USTMৰ আচাৰ্য মহবুবুল হকৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

ৰাষ্ট্ৰপতি ভৱনত স্থান লাভ কৰিলে পাঁচখন অমূল্য অসমীয়া সাঁচিপতীয়া পুথি । XASIPOTIYA PUTHI

ৰাষ্ট্ৰপতি ভৱনত স্থান লাভ কৰিলে পাঁচখন অমূল্য অসমীয়া সাঁচিপতীয়া পুথি । XASIPOTIYA PUTHI

Jagdeep Dhankhar: উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰৰ পদত্যাগৰ পিছত কেনেকৈ নিৰ্বাচিত হ’ব নতুন উপ-ৰাষ্ট্ৰপতি?

উপ ৰাষ্ট্ৰপতি পদৰ পৰা (Jagdeep Dhankhar) পদত্যাগ জগদীপ ধনখড়ৰৰ। স্বাস্থ্যজনিত কাৰণত জগদীপ ধনড়ৰে ২১ জুলাইত উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰে।

Parliament Monsoon Session: আজিৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন

আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন। (Parliament Monsoon Session) অধিৱেশনৰ প্ৰাক্‌ক্ষণত অনুষ্ঠিত হোৱা বৈঠকত চৰকাৰে অপাৰেচন সিন্দূৰকে ধৰি সকলো বিষয়ৰ ওপৰত আলোচনা কৰিব।

Himanta Biswa Sarma: মই মাৰ গাখীৰ খাই জন্ম হৈছোঁ, দুধদানীৰ গাখীৰ খাই জন্ম হোৱা নাই: মুখ্যমন্ত্রী

মুখ্যমন্ত্ৰীক জে’ললৈ প্ৰেৰণ কৰিম বুলি ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।(Himanta Biswa Sarma)

Popular