Browsing Category

ক্রীড়া-জগত

১৭ জুলাইত টকিঅ’লৈ ৰাওনা হ’ব ভাৰতৰ প্রথমটো অলিম্পিক দল

টকিঅ’ অলিম্পিকলৈ মাজত মাথোঁ দুটা সপ্তাহ বাকী৷ বিশ্ব ক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতাখনত ভাৰতৰ বৃহৎ দল এটাই অংশগ্রহণ কৰিব৷ ২৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া প্রতিযোগিতাখনত অংশগ্রহণ কৰাৰ বাবে ভাৰতৰ ৯০জনীয়া দল এটা অহা ১৭ জুলাইত টকিঅ’লৈ ৰাওনা হ’ব বুলি
Read More...

অলিম্পিকৰ গেম ভিলেজত ক’ভিডৰ আতংক

বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকলৈ মাজত মাথোঁ দুটা সপ্তাহ বাকী থকা অৱস্থাত টকিঅ’ অলিম্পিকৰ গেম ভিলেজত ক’ভিড–১৯এ আতংকৰ সৃষ্টি কৰিছে৷ স্থানীয় উদ্যোক্তা কমিটীয়ে  প্রকাশ কৰা অনুসৰি গেম ভিলেজৰ তত্ত্বাৱধানৰ সৈতে জড়িত দুগৰাকী কর্মী
Read More...

এসময়ত সৌৰভ গাংগুলীক বল কৰিছিল, পেটৰ তাড়নাত এতিয়া চাহ-ঘুগুণীৰ দোকান দিয়ে তেওঁ!

"প্ৰকাশ ভগৎ" অসমৰ শিলচৰৰ এগৰাকী প্ৰতিভাশালী ক্ৰিকেটাৰ আছিল। এসময়ত ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ বিপক্ষে নেট প্ৰেক্টিছত বলিঙো কৰিছিল তেওঁ। নেট প্ৰেক্টিছত সৌৰভ গাংগুলীয়ে এইগৰাকী অসমৰ খেলুৱৈক কাষতে বিচাৰিছিল। সেয়া আছিল ২০০৩ চনৰ
Read More...

টকিঅ’ অলিম্পিকত ভাৰতীয় দলক ‘Chef De Mission’ হিচাপে নেতৃত্ব দিব সাংসদ বীৰেন্দ্ৰ…

আগন্তুক টকিঅ' অলিম্পিকৰ বাবে ভাৰতীয় দলক 'Chef De Mission' হিচাপে নেতৃত্ব দি আগুৱাই নিব অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। অসমৰ বাবে এয়া নিতান্তই এক গৌৰৱৰ বিষয়। অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ সৈতে
Read More...

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰাক্তন সূদক্ষ ভলীবল খেলুৱৈ জয়ন্তৰ জয় কেতিয়া ? সংস্থাপনৰ অনুৰোধ ক্ৰীড়াপ্ৰেমী…

অসমৰ ভলীবল জগতত অতি জনপ্ৰিয় চিনাকী নাম প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ জয়ন্ত শৰ্মা। যাৰ শিৰা-উপশিৰাত ধাৱবান হৈ আছে ভলীবলৰ তেজ। পুৱা শুই উঠাৰে পৰা ৰাতি শুৱালৈ ভলীবলৰ বাহিৰে অইন চিন্তা নাই জয়ন্তৰ। প্ৰতিদিনে ভলীবলৰ নতুনত্ব বিচাৰি ফুৰা জয়ন্তৰ
Read More...

BREAKING টকিঅ’অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় স্প্ৰিণ্টাৰ দুতী চান্দেৰ

দেশবাসীলৈ সন্মান, টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় স্প্ৰিণ্টাৰ দুতী চান্দেৰ, চান্দেই বিশ্ব ৰেংকিং কোটাৰ জৰিয়তে ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰত টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন
Read More...

হিমা দাসৰ টকিঅ’অলিম্পিকৰ সপোন চূৰমাৰ: আঘাতৰ বাবেই যোগ্যতা অৰ্জনত ব্যৰ্থ

টকিঅ’ অলিম্পিকৰ সপোন চূৰমাৰ হিমা দাসৰ৷ আঘাতৰ বাবেই যোগ্যতা অৰ্জনত ব্যৰ্থ হিমা৷ ৰাষ্ট্রীয় চেম্পিয়নশ্বিপৰ ২০০ মিটাৰত ব্যৰ্থ হয় ধিং এক্সপ্ৰেছ হিমা৷ পঞ্চম স্থানতহে দৌৰ সম্পূৰ্ণ কৰে হিমাই৷ টকিঅ’লৈ যোগ্যতা অৰ্জনৰ সময়সীমা আছিল ২২.৮০ ছেকেণ্ড৷
Read More...

ভাৰতীয় ভলীবল দলৰ অধিনায়ক বিনীত কুমাৰৰ অসমত ভলীবল একাডেমী গঢ়াৰ পৰামৰ্শ

ভাৰতীয় ভলীবল দলৰ অধিনায়ক বিনীত কুমাৰউত্তৰপ্ৰদেশৰ মজফ্ফৰ জিলাত ১৯৯১ চনৰ ২৫ ফেব্ৰুৱাৰীত জন্ম গ্ৰহণ কৰিছিল। সৰুৰে পৰাই ভলীবল খেলৰ প্ৰতি থকা আগ্ৰহৰ বাবে তেওঁ দোপদদোপে উন্নতি কৰি ২০২০ চনত ভাৰতীয় ভলীবল দলৰ নিৰ্ভৰযোগ্য স্পাইকাৰ হোৱাৰ লগতে দলটোৰ
Read More...

ইতিহাস ৰচি অলিম্পিকলৈ ভাৰতৰ সাঁতোৰবিদ সাজন প্রকাশ

‘এ’ ষ্টেণ্ডার্ড টাইম অনুসৰণ কৰি অলিম্পিকলৈ যোগ্যতা অর্জন কৰা ভাৰতৰ প্রথমগৰাকী সাঁতোৰবিদ হিচাপে ইতিহাস ৰচিছে সাজন প্রকাশে৷ ইটালীৰ ৰোমত অনুষ্ঠিত ছেট্টি ক’লি ট্রফী ছুইমিঙৰ পুৰুষৰ ২০০ মিটাৰ বাটাৰফ্লাই ইভেণ্টত ১ মিনিট ৫৬.৩৮ ছেকেণ্ডেৰে তেওঁ
Read More...

ক্ৰীড়াৰ জৰিয়তে মানৱ সম্পদ গঢ়াৰ পৰিকল্পনা হাতত লবলৈ নতুন চৰকাৰক আহ্বান

ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে অসমক ক্ৰীড়াৰ ৰাজধানী কৰিব বিছাৰি বিগত পাঁচ বছৰত অসমত বিভিন্ন আন্তৰ্জাতিক খেল সফলতাৰে সমাপন কৰি ক্ৰীড়াৰ এক বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। কিন্তু অসমৰ ক্ৰীড়াই এতিয়াও যেন লক্ষ্যত উপনিত হ'ব পৰা নাই। অৱশ্যে ইয়াৰ
Read More...