UGC-NET পৰীক্ষাৰ বিসংগতিৰ তদন্তৰ দায়িত্ব CBIক অৰ্পণ!

NEET-UCGৰ ফলাফলক লৈ বিতৰ্ক অব্যাহত। 

বিতৰ্কৰ মাজতে NEET-UCGৰ কাউন্সেলিং প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ।

৮ জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য।

UGC-NET পৰীক্ষাৰ বিসংগতিৰ তদন্তৰ দায়িত্ব CBIক অৰ্পণ।

শীঘ্ৰে ঘোষণা কৰা হ’ব পৰীক্ষাৰ পৰৱৰ্তী তাৰিখ।

এই কথা জনালে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে।

ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ যুটীয়া শিক্ষা সচিব গোবিন্দ জয়ছোৱালৰ।

Related Articles