Breaking

CBSE ৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা। ৯৩.১২% উত্তীৰ্ণ…

0 53

CBSE ৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা।

৯৩.১২% শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে পৰীক্ষাত।

পূৰ্বতকে উত্তীৰ্ণ ২ শতাংশ বৃদ্ধি পাইছে।

দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল প্ৰায় ২ লাখ শিক্ষাৰ্থী।

৯৯.৯১ শতাংশৰে থিৰুৱন্তপুৰমে লাভ কৰিছে শীৰ্ষ স্থান।

Leave A Reply