CBSEৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা।(CBSE Result 2025)

সৰ্বমুঠ উত্তীৰ্ণৰ হাৰ ৮৮.৩৯ শতাংশ।
ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯১.৫২ শতাংশ।

ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৮৫.১২ শতাংশ।
ছাত্ৰীয়ে দখল কৰিলে শীর্ষ স্থান।
CBSEৰ তিনিটাকৈ ৱেবছাইটত প্রকাশ ফলাফল।

cbse.gov.in, cbseresults.nic.in আৰু results.cbse.gov.inতো উপলবদ্ধ ফলাফল।