১ এপ্ৰিলৰ পৰা দেশত আৰম্ভ হ’ব লোকপিয়ল।(Census 2026)
প্ৰথমবাৰৰ বাবে দেশত হ’ব জাতিপিয়লো।
সমগ্ৰ দেশৰ লগতে অসমতো হ’ব লোকপিয়ল-জাতিপিয়ল।
কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে অধিসূচনা।
দুটা পৰ্যায়ত সম্পন্ন হ’ব ২০২৭ বৰ্ষৰ লোকপিয়ল।
১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব প্ৰথম পৰ্যায়ৰ কাম।
৩০ ছেপ্টেম্বৰ পৰ্যন্ত চলিব প্ৰথম পৰ্যায়ৰ লোকপিয়ল।

