১১ নং কলিয়াবৰ লোকসভা সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা সৰ্বানন্দ সোণোৱাল

১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বুথসমূহক উজ্জীৱিত কৰি তোলাৰ লক্ষ্যৰে আজি অঞ্চলটোত বুথ সশক্তিকৰণ অভিযানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা সৰ্বানন্দ সোণোৱালে দলীয় বিষয়ববীয়া, কাৰ্যকৰ্তাসকলৰ সৈতে সাংগঠনিক শক্তি বিস্তাৰৰ সন্দৰ্ভত আলোচনা কৰে।

Related Articles