নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ১২ এপ্ৰিলত UPPLত যোগ দিব চন্দন ব্ৰহ্মই…

সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বড়োভূমিৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ হিচাপে বিবেচিত হৈছে প্ৰাক্তন বিপিএফ নেতা তথা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ।

আজি তেখেতে আনুষ্ঠানিকভাবে বিপিএফ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ পত্ৰ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে।

১২ এপ্ৰিলত UPPLত যোগ দিব চন্দন ব্ৰহ্মই। চিৰাঙৰ চাপাগুৰিত এই মন্তব্য BPF নেতাজনৰ। আজি UPPLত যোগদানৰ কথা আছিল চন্দন ব্ৰহ্মই। আজিৰ পৰিৱৰ্তে ১২ এপ্ৰিলত আনুষ্ঠানিকভাৱে যোগ দিব UPPLত।

Related Articles