চন্দ্ৰযান-৩ এ প্ৰেৰণ কৰিলে চন্দ্ৰৰ প্ৰথমখন ফটো…

চন্দ্ৰযান-৩ এ প্ৰেৰণ কৰিলে চন্দ্ৰৰ প্ৰথমখন ফটো।


চন্দ্ৰযান-৩ৰ আন এক সফলতা।


চন্দ্ৰযানে চন্দ্ৰৰ পৰা প্ৰেৰণ কৰিলে কেইবাখনো ফটো।

লেণ্ডাৰ বিক্ৰমৰ দূৰত্ব কমি যোৱাৰ পিছত প্ৰথম খন ফটো প্ৰেৰণ কৰিলে চন্দ্ৰযান-৩ এ।


চন্দ্ৰপৃষ্ঠৰ কাষ চাপিল লেণ্ডাৰ বিক্ৰম।

২০ আগষ্টত পুনৰ হ্ৰাস পাব লেণ্ডাৰ বিক্ৰমৰ দূৰত্ব।


২৩ আগষ্টৰ বিয়লি চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযান-৩ এ।


চন্দ্ৰযান ৩ৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰৰ গন্তব্যস্থানৰ ওচৰলৈ লৈ যোৱা এক কৌশল সম্পূৰ্ণ কৰাৰ পিছত আজি চন্দ্ৰৰ শেহতীয়া ছবি শ্বেয়াৰ কৰে।


ভাৰতৰ মহাকাশ সংস্থা ইছৰোৱে পূৰ্বতে টুইটাৰ নামেৰে জনাজাত এক্সত লেণ্ডাৰ ইমেজাৰ (এল আই) কেমেৰা-১, এক্সত লোৱা বিশেষ ছবি শ্বেয়াৰ কৰে।

Related Articles