চাপৰ আৰক্ষীৰ জালত তিনি বাইক চোৰ আটক

ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ৰৌমাৰী গাওঁৰ পৰা যোৱাকালি এখন পালচাৰ বাইক চুৰি হয়। পিছত বাইকৰ গৰাকীয়ে চাপৰ থানাত এখন এজাহাৰ দাখিল কৰে। সেই এজাহাৰৰ ভিত্তিত যোৱা নিশা চাপৰ আৰক্ষীয়ে বাইকসহ তিনিজনক আটক কৰিবলৈ সক্ষম হয়।
জানিব দিয়া মতে চোৰ কেইজন ক্ৰমে চাপৰ থানাৰ অন্তৰ্গত ঘুনিমাৰী গাওঁৰ বাসিন্দা ছমেজুদ্দিনৰ পুত্ৰ হাৰুণ ৰাসিদ চাপৰ থানাৰ অন্তৰ্গত হালদিয়াপাৰা গাওঁৰ বাসিন্দা আখেৰ আলি মণ্ডলৰ পুত্ৰ মিজানুৰ মণ্ডল, যোগীঘোপা থানাৰ অন্তৰ্গত বৌলীমাৰী গাওঁৰ বাসিন্দা নুৰ ইছলামৰ পুত্ৰ সাইদুল ইছলাম আৰু

Related Articles