চৰাইদেউ মৈদাম ক্ষেত্ৰ অন্তৰ্ভুক্ত হ’ল চৰাইদেউ জিলাত…

চৰাইদেউ মৈদাম ক্ষেত্ৰ অন্তৰ্ভুক্ত হ’ল চৰাইদেউ জিলাত৷

ৰাজ্যিক কেবিনেটে লোৱা সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিলে মন্ত্ৰী যোগেন মহনে৷

পূৰ্বে নাজিৰা মহকুমাত আছিল মৈদাম ক্ষেত্ৰ৷

Related Articles