November 2, 2023 আজি ইডিৰ মুখামুখি হ’ব মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল… Share FacebookTwitterWhatsAppTelegramKooEmail আজি ইডিৰ মুখামুখি হ’ব মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল! দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত আজি অৰ্থাৎ ২ নৱেম্বৰত ইডিৰ সন্মুখত হাজিৰ হ’ব মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। পুৱা ১১ বজাত ইডিৰ কাৰ্যালয়ত উপস্থিত থাকিব কেজৰিৱাল। Author: দৈনন্দিন বাৰ্তা Related Articles পাকিস্তানৰ কৰাচীত আত্মঘাতী বোমা বিস্ফোৰণ দৈনন্দিন বাৰ্তা - June 28, 2026 পুনৰ প্ৰবল ভূমিকম্পই জোকাৰিলে জাপানক দৈনন্দিন বাৰ্তা - June 28, 2026 হৰমুজ ঘটনাৰ প্ৰত্যুত্তৰত ইৰাণৰ সামৰিক ঘাটিত আমেৰিকাৰ আক্ৰমণ, জে ডি ভাঞ্চৰ কটাক্ষ—‘হিংসাৰ উত্তৰ হিংসাই হ’ব’ । US-Iran War Update দৈনন্দিন বাৰ্তা - June 27, 2026