Breaking

গহপুৰত ভূমি পট্টা বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ…

0 19

গহপুৰৰ ককিলাৰ ডুবিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত ভূমি পট্ৰা বিতৰনি অনুষ্ঠানত অংশ গ্ৰহণ কৰে মূখ্য মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মায়ে । গহপুৰত মিচন বসুন্ধৰা ২ আচনিৰ অধিনত ১০,২৫৫ খন পট্টা বিতৰণ । ইয়াৰে গহপুৰৰ পৰা লাভ কৰে ৭৪০৯ খন পট্ৰা । ২০২৬ চনৰ আগতে অসমৰ মাটি বাৰী সমস্যা সম্পূৰ্ণ ৰূপে দূৰ কৰা হৱ । অসমৰ মানুহে যাতে কোনো সমস্যা ত পৰিব নালাগে ।

তাৰবাবে আমাৰ চৰকাৰে অৰ্পান চেষ্টা কৰি আহিছো আৰু কৰি যাম ।ছহিদ কণকলতা বৰুৱাৰ অত্মদানা এক নজিৰ বিহীন ঘটনা । অসম বিধান সভাত কনকলতা বিশ্ব বিদ্যালয়ৰ আইন মঞ্জুৰ হল । বিশ্ববিদ্যালয়ৰ কাম সোনকালে আৰম্ভ হব । এক লাখ চাকৰিৰ দিয়াৰ পাছত আকৌ ৩৫হাজাৰ চাকৰি মুকলি কৰি দিলো । ৰেচন কাৰ্ড থকা সকলো পৰিয়ালকে অৰুণোদয় দিম ।

ৰেচন কাৰ্ড থকা পৰিয়ালৰ মূৰব্বী ক বীমা কৰা হৱ ।প-পত্ৰ পূৰনৰ কেইদিনমান পাছতে লাখপতি বাইদেউ আচনিৰ ১০ হাজাৰ টকা সোমোৱই দিয়া হৱ । উক্ত অনুষ্ঠানত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা , গহপুৰৰ বিধায়ক , বিহালীৰ বিধায়ককে ধৰি বিজেপি,এজিপিৰ দল সমূহৰ নেতা সকল উপস্থিত থাকে ।

Leave A Reply