Breaking

আকাশীযানেৰে কাছাৰ জিলাৰ বান পৰিস্থিতিৰ বুজ ললে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

0 86

কাছাৰ : বানে বিস্তৰ ক্ষতি কৰা কাছাৰ জিলাৰ শিলচৰ আৰু কাষৰীয়া

অঞ্চলসমূহৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ অৰ্থে আজি আকাশী জৰীপ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷

শিলচৰত বানপীড়িত কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত-বিনিময় কৰি সাহায্য ব্যৱস্থাৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে। পৰিস্থিতি বুজ লোৱা পাছত জিলা প্ৰশাসনৰ সৈতে এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি বানপীড়িতক সকলো সা-সুবিধা প্ৰদানৰ ব্যৱস্থা ক্ষিপ্ৰ কৰাৰ দিশতো নিৰ্দেশনা প্ৰদান কৰে ।

ভ্ৰমণকালত সাংসদ ডা: ৰাজদীপ ৰায়, কাছাৰ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, দক্ষিণ অসম মণ্ডলৰ আৰক্ষী উপ-মহাপৰিদৰ্শকে সংগ প্ৰদান কৰে।

Leave A Reply