মেঘালয়ৰ গাৰো পাহাৰৰ দুই বিশিষ্ট নেতা – Adamkid M Sangma & Noverfield R Marak -ক গুৱাহাটীত ভাৰতীয় জনতা পাৰ্টিলৈ আদৰণি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁলোকৰ বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত দলৰ শক্তিশালী মতাদৰ্শ আৰু আদাৰনিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সবকা সাথ সবকা বিকাশ মন্ত্ৰৰ পৰা অনুপ্ৰাণিত হৈছিল বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

