ধিং কাণ্ডক লৈ ‘X’যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া…

ধিং কাণ্ডক লৈ ‘X’যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। DGPক ঘটনাস্থলীলৈ যাবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

দোষীৰ বিৰুদ্ধে তাত্ক্ষণিক ব্যৱস্থা লোৱাৰ নিৰ্দেশ।

দুষ্কৃতিকাৰীক কোনোকাৰণতে ৰেহাই নিদিও বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ঘটনাৰ ন্যায়ৰ আশ্বাস দিলে মুখ্যমন্ত্ৰীয়ে।

Related Articles