Breaking

মিজোৰামত পৰাজয় মুখ্যমন্ত্ৰী জোৰামথাংগা…

0 45

মিজোৰামত পৰাজয় মুখ্যমন্ত্ৰী জোৰামথাংগা।
নিৰংকুশ সংখ্যাগৰিষ্ঠাৰ দিশে মিজোৰামৰ নতুন দল ZPM।


আইজল পূব-১ সমষ্টিত ZPMৰ উপ-সভাপতিৰ হাতত ধৰাশায়ী জোৰামথাংগা।
প্রায় ৭০০ ভোটৰ ব্যৱধানত পৰাস্ত মুখ্যমন্ত্রী থাংগা।

Leave A Reply