December 4, 2023 মিজোৰামত পৰাজয় মুখ্যমন্ত্ৰী জোৰামথাংগা… Share FacebookXWhatsAppTelegramKooEmail মিজোৰামত পৰাজয় মুখ্যমন্ত্ৰী জোৰামথাংগা।নিৰংকুশ সংখ্যাগৰিষ্ঠাৰ দিশে মিজোৰামৰ নতুন দল ZPM। আইজল পূব-১ সমষ্টিত ZPMৰ উপ-সভাপতিৰ হাতত ধৰাশায়ী জোৰামথাংগা।প্রায় ৭০০ ভোটৰ ব্যৱধানত পৰাস্ত মুখ্যমন্ত্রী থাংগা। Author: দৈনন্দিন বাৰ্তা Related Articles আজি নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনঃ ১৯ লাখ ২ হাজাৰ ৯ জন ভোটাৰে নিৰ্ণয় কৰিব ১৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য দৈনন্দিন বাৰ্তা - October 6, 2026 আজি শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ দৈনন্দিন বাৰ্তা - October 3, 2026 ‘কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে বিভ্ৰান্তি বিয়াপোৱাৰ চেষ্টা কৰিছে।’- সাংসদ বিজুলী কলিতা মেধি দৈনন্দিন বাৰ্তা - September 29, 2026