Breaking

কাৰেং চাপৰিৰ পৰা মাজুলীলৈ মুখ্যমন্ত্ৰীৰ বাইক ৰেলী, ৰেলীত অংশগ্ৰহণ শতাধিক লোকৰ…

0 15

কাৰেং চাপৰিৰ পৰা মাজুলীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলী।

মুখ্যমন্ত্ৰীগৰাকীক নিজেই বাইক চলোৱা দেখিবলৈ পোৱা গ’ল।

মাজুলী-ঢকুৱাখনা সংযোগী পথত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলী৷

ৰেলীত অংশগ্ৰহণ শতাধিক লোকৰ৷ চিলাপথাৰৰ বগীবিলতো উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷

Leave A Reply