Breaking

৪১৪ নং মৰিদেৱী বেৰীয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে শিশু দিৱস উদযাপন…

0 46

414 নং মৰিদেৱী বেৰীয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়ত দিনজোৰা কাৰ্য্যসূচীৰে শিশু দিৱস উদযাপন

মৰিয়নি সমষ্টিৰ অন্তৰ্গত নাকাচাৰীৰ, ১১৪নং মৰিদেৱী বেৰীয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰে । আজিৰ সভাখনত সভাপতিতত্ব কৰে অম্লানিকা সোণোৱালে ।

সভাৰ উদ্ধোধক নিতেশ গণজু , নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকে প্ৰজ্ঞান গগৈ , অতিথি ছাত্ৰী এড্ৰিজিতা হাজৰিকা , বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে ঘন লাহণে ।

প্ৰচাৰ পত্ৰিকা “ফেহুজালি ” উন্মোচন কৰে কাকজন আদর্শ মাধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী য়ে।অনুষ্ঠানত বিদ্যালয়ৰ প্ৰধান শিক্ষক প্রদীপ গগৈৰ লগতে চম্পক গগৈ, দীপাংকৰ চুতীয়া, নৱজ্যোতি দত্ত ,শিক্ষয়িত্ৰী স্বপ্না বৰা আৰু অতিথি শিক্ষক হিচাপে দহোতিয়া মধ্যে ইংৰাজী বিদ্যালয়ৰ শিক্ষক পৰমানন্দ শইকীয়াৰ লগতে বহু সংখ্যক অভিভাৱক উপস্থিত থাকে। দিনজোৰা কাৰ্য্যসূচীত গীত মাতৰ লগতে চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

মৰিয়নিৰ পৰা কৃষ্ণ প্ৰশাদ শৰ্মাৰ ৰিপৰ্ট

Leave A Reply