Breaking

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অভিযান অব্যাহত ! আৰক্ষীৰ অভিযান সন্দৰ্ভত DGP জিপি সিঙৰ টুইট…

0 58

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অভিযান অব্যাহত।

৬গৰাকীলৈ বৃদ্ধি চাইবাৰ অপৰাধী গ্ৰেপ্তাৰৰ সংখ্যা। আৰক্ষীৰ অভিযান সন্দৰ্ভত DGP জিপি সিঙৰ টুইট।

টুইটযোগে CP দিগন্ত বৰাসহ মহানগৰ আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চক প্ৰশংসা DGPগৰাকীৰ।

Leave A Reply