Breaking

বতৰৰ পৰিৱৰ্তন! গুৱাহাটীত ধূলিৰ ধুমুহা…

0 112

বতৰৰ পৰিৱৰ্তন! গুৱাহাটীত ধূলিৰ ধুমুহা। চাৰিওফালে ধূলি আৰু ধূলি,বতৰ অতি বেয়া হৈ পৰাৰ সম্ভাৱনা।

কি কাৰণত এই পৰিৱৰ্তন সেয়া এতিয়াও অজ্ঞাত।হঠাতে এই পৰিৱৰ্তন আহি গুৱাহাটীৰ আকাশ ধূলিৰে ছানি ধৰিছে।

Leave A Reply