Breaking

গুৱাহাটী পুলিচ ৰিজার্ভৰ পুনৰ্বিকাশৰ বাবে ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী

0 50

গুৱাহাটী পুলিচ ৰিজার্ভৰ পুনৰ্বিকাশৰ বাবে ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৫৪৪.৪৪ কোটি টকা ব্যয়সাপেক্ষ এই নতুন আন্তঃগাঁথনি সংযোজনত অসম আৰক্ষীৰ কৰ্মীসকলৰ বাবে পৰ্যাপ্তসংখ্যক আৱাসিক কোৱাৰ্টাৰ অন্তৰ্ভুক্ত হ’ব বুলি সামাজিক মাধ্যমত মন্তব্য। কৰে। উক্ত পদক্ষেপে চহৰখনত চৰকাৰী কৰ্তব্য আৰু দায়বদ্ধতা পালন কৰাত বাহিনীৰ বাবে উৎসাহী পদক্ষেপ হিচাপে পৰিগণিত হ’ব বুলি দৃঢ়তাৰে বিশ্বাস কৰোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰী।

এই মাংগলিক কাৰ্যসূচীত আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

Leave A Reply