Breaking

দিল্লীৰ আলিপুৰৰ অগ্নিকাণ্ডত মৃতকৰ পৰিয়াললৈ ১০ লাখ, গুৰুতৰভাৱে আহতসকললৈ ২ লাখ, সামান্য আঘাতপ্ৰাপ্তলৈ ২০ হাজাৰকৈ টকা ঘোষণা মুখ্যমন্ত্ৰী কেজৰিৱালৰ…

0 16

দিল্লীৰ আলিপুৰৰ অগ্নিকাণ্ডত মৃতকৰ পৰিয়াললৈ ১০ লাখ টকাকৈ ঘোষণা। গুৰুতৰভাৱে আহতসকললৈ ২ লাখ টকাকৈ, সামান্য আঘাতপ্ৰাপ্তলৈ ২০ হাজাৰ টকাকৈ ঘোষণা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ। অগ্নিকাণ্ড সংঘটিত হোৱা ঠাই পৰিদৰ্শন কৰি এই সাহায্য ঘোষণা অৰবিন্দ কেজৰিৱালৰ৷ আনহাতে আলিপুৰৰ অগ্নিকাণ্ডত মৃতকৰ সংখ্যা ১১জনলৈ বৃদ্ধি হয়।

আজি ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে আহতসকলক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। আলিপুৰৰ পেইন্ট কাৰখানাত বৃহস্পতিবাৰে এই অগ্নিকাণ্ড সংঘটিত হৈছিল৷

Leave A Reply