CM Nitish Kumar: মুখ্যমন্ত্ৰী নীতিশ কুমাৰে হিজাব খোলা নুছৰতে যোগদান কৰিব চাকৰিত

সিদ্ধান্ত সলনি নুছৰত পাৰবীনৰ।(CM Nitish Kumar)

চাকৰিত যোগদান কৰিব নুছৰতে।

নীতিশ কুমাৰে হিজাব খোলা নুছৰতে যোগদান কৰিব চাকৰিত।

বিহাৰৰ চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী নীতিশে খুলি দিছিল নুছৰতৰ হিজাব।

মুছলমান যুৱতীৰ হিজাব খুলি দেশজুৰি বিতৰ্ক সৃষ্টি কৰিছিল মুখ্যমন্ত্ৰী নীতিশ কুমাৰে।

অপমানৰ বাবে বিহাৰ চৰকাৰৰ অধীনত কাম নকৰাৰ লৈছিল সিদ্ধান্ত নুছৰতে।

অৱশেষত সিদ্ধান্ত সলনি কৰিলে নুছৰত পাৰবীনে।

Related Articles