মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে আজি ১০০ দিন সম্পূর্ণ কৰিব৷ এই এশ দিনীয়া কার্যকাল সম্পূর্ণ হোৱা উপলক্ষে চৰকাৰখনে কেইবাটাও কার্যসূচী গ্রহণ কৰিছে৷এই কার্যসূচীৰ অংশ হিচাপে মহানগৰীত নির্মাণ সম্পূর্ণ হোৱা তিনিখনকৈ পদসেতু আজি মুকলি কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আদাবাৰী পদসেতু, বৰিপাৰা পদসেতু আৰু শুক্রেশ্বৰ মন্দিৰৰ সমীপৰ পদসেতুকেইখন আজি বিয়লি পাঁচ বজাত মুখ্যমন্ত্রীয়ে মুকলি কৰিব৷এই অনুষ্ঠানত মন্ত্রী অশোক সিংঘাল, সাংসদ কুইজ ওজা, বিধায়ক সিদ্ধার্থ ভট্টাচার্যৰ লগতে লোকনির্মাণ বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়া–কর্মচাৰীসক উপস্থিত থাকিব৷উল্লেখ্য যে গুৱাহাটীৰ আধুনিকীকৰণৰ অংশ হিচাপে মহানগৰবাসীৰ সুবিধাৰ বাবে এই পদসেতুকেইখন নির্মাণ কৰা হৈছে৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- জাতিটোৰ ভৱিষ্যতৰ বাবে বিজেপিক ভোটদান কৰকঃ আইমী বৰুৱা
- শিলচৰ আৰু কৰিমগঞ্জত বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত জন সভা, বাইক ৰেলীত যোগদান সৰ্বানন্দ সোণোৱালৰ
- সামাজিক দায়বদ্ধতা আৰু কল্যাণ পুঁজিৰ অধীনত ফুলামপুৰ মধ্য ইংৰাজী বিদ্যালয় আৰু ফুলামপুৰ হাইস্কুললৈ ৫.৭০ লাখ টকাৰ অনুদান ।
- বিশিষ্ট সাহিত্যিক ‘ ৰঞ্জু হাজৰিকা’লৈ নন্দন কাননৰ ষষ্ঠ সংখ্যক কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা ঘোষণা
- বিহুবৰ চাহ বাগিছাৰ সীমান্তৱৰ্তী অঞ্চলৰ নৈপৰীয়া ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি…
- বাক্সাত ২৪ ঘন্টা পাৰ নহওঁতেই গ্ৰেপ্তাৰ দুই হত্যাকাৰীক…
- শিৱসাগৰৰ জয়সাগৰত ট্ৰেলাৰৰ পৰা বাগৰি পৰিল বৃহৎ লোহা ! কথমপি ৰক্ষা পৰিল পথচাৰী…
- সমষ্টি দখলৰ বাবে কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী মাধৱ ৰাজবংশীৰ অংক…
- ৰঙিয়াত লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী বিষয়াৰ টোল-ফ্ৰী নম্বৰ মুকলি…
- নিৰ্বাচনৰ মাজতে মণিপুৰত ভয়ংকৰ বিস্ফোৰণ…