Coal India’s নিশ্চিহ্ন হোৱাৰ দিশত লিডুৰ লিডুৰ মালোগাঁৱকে ধৰি বহু চিৰ সেউজীয়া ঐতিহাসিক গাওঁ।মাৰ্ঘেৰিটাৰ লিডুত মাৰ্ঘেৰিটাৰ লিডুত Coal India’s ক’ল ইণ্ডিয়াৰ ডাম্প্ৰিং গ্ৰাউণ্ডে কঢ়িয়াই আনিছে tribal villageজনজাতীয় গাঁৱলৈ চৰম ভাবুকি ক’ল ইণ্ডিয়াৰ ডাম্প্ৰিং গ্ৰাউণ্ডে কঢ়িয়াই আনিছে জনজাতীয় গাঁৱলৈ চৰম ভাবুকি।বিটিছ উপনিৱেশিক কালত স্থাপিত কয়লা উদ্যোগসমূহত বিটিছসকলে প্ৰকৃতিৰ ক্ষতি নোহোৱাকৈ সুৰংগ পদ্ধতিয়ে কয়লা আহৰণ কৰিছিল কয়লা।
দৈনন্দিন বাৰ্তা ২৫ চেপ্তেম্বৰ মাৰ্ঘেৰিটাৰ পৰা বিকাশ বৰুৱা
Coal India’s কয়লাৰাণী খ্যাত মাৰ্ঘেৰিটাৰ লিডুত Coal India’s ক’ল ইণ্ডিয়া মুক্ত খননে কঢ়িয়াই আনিছেtribal village জনজাতীয় গাঁৱলৈ চৰম ভাবুকি।ক’ল ইণ্ডিয়াৰ ডাম্প্ৰিং গ্ৰাউণ্ডৰ বাবেই বৰ্তমান নিঃশেষ হোৱা দিশে আগবাঢ়িছে লিডু বহু কেইখন গাওঁ।বিটিছ উপনিৱেশিক কালত স্থাপিত কয়লা উদ্যোগসমূহত বিটিছসকলে প্ৰকৃতিৰ ক্ষতি নোহোৱাকৈ সুৰংগ পদ্ধতিয়ে কয়লা আহৰণ কৰিছিল কয়লা।কিন্তু স্বাধীনতা পৰৱৰ্তী কালত ক’ল ইণ্ডিয়া কতৃপক্ষই কয়লা আহৰণৰ বাবে মুক্ত খনন পদ্ধতি ব্যৱহাৰ কৰে।ইয়াৰ ফলত প্ৰকৃতি ধ্বংস হোৱা ওপৰিও ক’ল ইণ্ডিয়া প্ৰয়োজন হয় বৃহত বৃহত ডাম্প্ৰিং গ্ৰাউণ্ডৰ।বহু বছৰ ধৰি ক’ল ইণ্ডিয়াৰ মুক্ত খননৰ ফলত উক্ত অঞ্চলসমূহত থকা বহু গাওঁ ইতিমধ্যে নিঃশেষ হৈ পৰিল।অৱশিষ্ট যিসমূহ গাওঁ বাকি ৰৈ গৈছিল ক’ল ইণ্ডিয়া কতৃপক্ষই শেষতীয়াকৈ পুনৰ ডাম্প্ৰিং গ্ৰাউণ্ড পৰিসৰ বৃদ্ধি কৰাত লিডুৰ এখন ঐতিহাসিক তথা জনজাতীয় গাওঁ মালো গাঁৱলৈ কঢ়িয়াই আনিছে চৰম ভাবুকি।গাঁওখনত বসবাস কৰা প্ৰায় শতাধিক পৰিয়ালৰ বাসস্থান হেৰুৱাৰ উপক্ৰম হৈছে।ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে ইতিমধ্যে ক’ল ইণ্ডিয়াৰ কতৃপক্ষক উক্ত অঞ্চলটোক ডাম্প্ৰিং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ নকৰিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে যদিও ক’ল ইণ্ডিয়া কতৃপক্ষই আকোৰগোজ হৈ আছে।ক’ল ইণ্ডিয়াৰ এই সিদ্ধান্ত ফলত নিশ্চিহ্ন হোৱাৰ দিশত আগবাঢ়িছে লিডুৰ ঐতিহাসিক তথা বহু চিৰ সেউজীয়া গাওঁ।ঐতিহাসিক জনজাতীয় গাওঁ মালোঁ গাওঁ ৰক্ষা কৰাৰ দাৱীত আজি সদৌ অসম টাংচা জাতীয় পৰিষদ আৰু সদৌ অসম টাংচা ছাত্ৰ সংস্থাই লিডুত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
অধিক খৱৰ পঢ়িবলৈ
গোসাঁইগাঁৱত ভয়ংকৰ ঘটনাঃতিনি বছৰে সমাজৰ পৰা এঘৰীয়া ৩ টা পৰিয়াল

