Breaking

লাহৰীঘাটৰ কুশতলিত বিজেপি কৰ্মীৰ ‍প্ৰসংশনীয় পদক্ষেপ

0 1,556

মৰিগাঁও জিলাৰ লাহৰীঘাট অঞ্চলৰ কুশতলিত বিজেপি কৰ্মীৰ প্ৰশংসনীয় পদক্ষেপ। লোক ৰ্নিমাণ বিভাগৰ মুখলৈ বাদ নাছাই নিজেই ভগ্ন ৰাজপথ মেৰামতিত নামি পৰিছে । গেৰুবা কুশতলি গঢ়কাপ্তানী পথৰ গৰাপাৰত পথৰ মাজত সৃষ্টি হোবা দ’ গাতবোৰ ইটাৰ টুকুৰা ,বালি আদি দি পুতি দিছে । উল্লেখ্য যে এই পথচোবাত ৰ্দীঘদিন ধৰি মেৰাপতিৰ অভাবত ৰৈ যোবা ভগ্ন পথচোবাই পথাচাৰীৰ যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছিল । সেয়েহে আজি কুলতলি মণ্ডল বিজেপি সভাপতি জিলুৰাম পাটৰৰ নেতৃত্ব পথ মেৰামতিৰ বাবে ওলাই আহিছল স্হানীয় বিজেপি কৰ্মী সকল আৰু পথৰ ওপৰত থকা গাত , খাল পুতি পথচোবা যাতায়তৰ উপযোগী কৰি তোলে । এই কাৰ্যসূচীত স্হানীয় ৰাইজে বিজেপি কৰ্মী সকলক ভূয়সী প্ৰশংসা কৰে৷খাইৰুল ইছলাম ভূৰাগাঁও মৰিগাঁও

Leave A Reply