মিত্রতাক লৈ আজি দিল্লীত কেন্দ্রীয় নেতৃত্বৰে গৌৰৱ গগৈ, ৰকিবুল হুছেইনৰ বৈঠক।
কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত হ’ব বৈঠক।
স্ক্রীণিং কমিটীৰ অধ্যক্ষৰ উপস্থিতিত বৈঠকত মিলিত হ’ব গৌৰৱ গগৈ, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, ৰিপুণ বৰা।
ভূপেন বৰাৰ পদত্যাগৰ পিছত খালী হোৱা নিৰ্বাচনী প্ৰচাৰ কমিটীৰ অধ্যক্ষৰ দায়িত্ব ৰিপুন বৰাক।

